বাৰ্তা:অসমৰ ইতিহাস

Latest comment: 8 বছৰৰ পূৰ্বে by দিব্য দত্ত in topic শিৰোনামা

প্ৰবন্ধটো মূলতঃ ইংৰাজী ৱিকিপিডিয়াৰ পৰা অনুবাদ কৰা হৈছে। মূল প্ৰবন্ধটোৰ গুণগত মান বৰ ভাল নহয়, উদ্ধৃতি প্ৰায় নায়েই। ৰাইজে ঠিক-ঠাক কৰিব পাৰে। অসম বুৰঞ্জীৰ কেইবাটাও প্ৰবন্ধ আৰু লিখিবলৈ বাকী আছে। সেইবোৰ শেষ কৰাৰ পিছতহে "অসম" আৰু এইটো প্ৰবন্ধৰ আকাৰ ঠিক হ'ব। — গীতাৰ্থ বৰদলৈ (talk)

শিৰোনামা সম্পাদনা কৰক

"বুৰঞ্জীৰ লগত খেলিমেলি আঁতৰাবলৈ প্ৰবন্ধটোৰ শিৰোনামা "অসমৰ ইতিহাস" কৰাৰ বাবে প্ৰস্তাৱ দিলোঁ। — গীতাৰ্থ বৰদলৈ (talk) 17:07, 10 March 2016 (ইউ.টি.চি.)উত্তৰ দিয়ক

একমত। - দিব্য দত্ত (বাৰ্তা) 20:54, 11 March 2016 (ইউ.টি.চি.)উত্তৰ দিয়ক
"অসমৰ ইতিহাস" পৃষ্ঠালৈ উভতি যাওক।