বাৰ্তা:অসমৰ নগৰ-মহানগৰসমূহৰ তালিকা


(১) এই কামটো হাতত লোৱাৰ বাবে ভাল পাইছো| অনুগ্ৰহ কৰি তথ্যসূত্ৰ প্ৰদান কৰি প্ৰবন্ধটো শক্তিশালী কৰি তোলে যেন| লগতে এটা কথা সুধিব বিচাৰিছো| শোণিতপুৰত ম‍ই জনা মতে তেজপুৰ, বিশ্বনাথ চাৰিআলি আৰু গহপুৰ মহকুমাহে| উত্স সমূহ তলত দিয়া লিংকত বিচাৰি পাব:-

কিন্তু এই প্ৰবন্ধত উপৰোক্ত ঠাইবোৰ নগৰত স্থান দিয়া হৈছে| আশাকৰো কথটো স্পষ্ট কৰি দিব| লগতে অন্য জিলাসমূহৰ ক্ষেত্ৰটো কথবোৰ একেই| বিষ্ণু শ‍ইকীয়া বাৰ্তা 08:07, 10 মাৰ্চ 2012 (UTC)

আপুনি দিয়া লিংক দুটাত মহকুমা/নগৰ সম্পৰ্কীয় কথা নাপালোঁ দেখোন। শোণিতপুৰৰ মহকুমাটোৰ নামো তেজপুৰ, আৰু নগৰ/পৌৰসভা এলেকাৰ নামো তেজপুৰ। গহপুৰৰো একে কথা। "বিশ্বনাথ চাৰিআলি" নগৰ/পৌৰসভা এলেকাটোৰ নামহে, মহকুমাটোৰ নাম "বিশ্বনাথ"। গীতাৰ্থ বৰদলৈ (talk) 10:13, 10 মাৰ্চ 2012 (UTC)
এইটোৰ তিনি নং প‍ইণ্টটো চাবাচোন, এইখনো পাইছো district_sonitpur, লগতে তোমাৰ দ্বিতীয় শাৰীটো ম‍ই কবলৈ বিচাৰিছিলো, স্পষ্ট কৰি দিয়া বাবে ধন্যবাদ| অৰ্থাত "শোণিতপুৰৰ মহকুমাটোৰ নামো তেজপুৰ, আৰু নগৰ/পৌৰসভা এলেকাৰ নামো তেজপুৰ.................
তিনি নং পইণ্টত ঠিকেই আছে, অৱশ্যে আপুনি ঢেকিয়াজুলি, ৰঙাপাৰাক নগৰ কোৱাটো ভুল বুলি কৈছিল। দ্বিতীয় লিংকত নগৰৰ নাম এনেই বঢ়াই থোৱা আছে। এনী কন্‌ফিউজন? গীতাৰ্থ বৰদলৈ (talk)
কন্‌ফিউজন আতৰা নাই| প্ৰবন্ধটো আগবাঢ়িলে দেখা যাব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:01, 10 মাৰ্চ 2012 (UTC)


(২) প্ৰবন্ধৰ নামটো অলপ সলনি কৰিলে ভাল হয় নেকি? কাৰণ অসমত মহানগৰ এখনেই| সেইখন বাব দি বাকীবোৰ নগৰ আৰু মহকুমা| বিষ্ণু শ‍ইকীয়া বাৰ্তা 08:07, 10 মাৰ্চ 2012 (UTC)

"অসমৰ নগৰ-মহানগৰসমূহৰ তালিকা" পৃষ্ঠালৈ উভতি যাওক।