বাৰ্তা:অসমৰ ৰাজ্যিক প্ৰতীকসমূহ

"জই আই অসম" চৰকাৰী শ্লোগান হয় জানো? ছাত্ৰসন্থাৰহে হ'বলা। — গীতাৰ্থ বৰদলৈ (talk) 18:12, 12 এপ্ৰিল 2012 (UTC)


ম‍ই নাজানো, ইংৰাজীটোৰ পৰা নৌবাদহে কৰি থৈছো মাত্ৰ| তাত তেনেকৈয়ে আছে| অ’ জয় হব লাগে দেই, তুমি লিখাৰ দৰে জ‍ই নহয়|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 07:42, 13 এপ্ৰিল 2012 (UTC)
"অসমৰ ৰাজ্যিক প্ৰতীকসমূহ" পৃষ্ঠালৈ উভতি যাওক।