বাৰ্তা:ক্ষেত্ৰীয় গ্ৰামীণ বেংক

এনেকৈ ইংৰাজীত নামবোৰ দি থ'ব নোৱাৰি। অনুগ্ৰহ কৰি অসমীয়াত লিখক। — গীতাৰ্থ বৰদলৈ (talk) 18:38, 9 জুন 2012 (UTC)

শেষ কৰা নাই । ডাটাখিনি যঁটাই লৈছো। দুই এদিন লাগিব। ৰাণা ভৱানী চুতীয়া 00:50, 10 জুন 2012 (UTC)

সদস্যপৃষ্ঠালৈ স্থানান্তৰ

সম্পাদনা কৰক

সদস্যপৃষ্ঠালৈ স্থানান্তৰ কৰাৰ মই বিৰোধিতা কৰিছোঁ। প্ৰবন্ধটোৰ গুৰুত্ব আছে। মই অলপ সজাই দিছোঁ। পোখালি টেগ লগাই দিছোঁ। পাছত অধিক তথ্য সংযোগ কৰিব পৰা যাব। --অম্লান বসুমতাৰী (talk) 12:10, 28 জুন 2012 (UTC)

ঠিক আছে| সজাই দি ভাল কৰিলা| এতিয়া টেগখন অতৰাই দিম বাৰু| বিষ্ণু শ‍ইকীয়া বাৰ্তা 12:12, 28 জুন 2012 (UTC)
"ক্ষেত্ৰীয় গ্ৰামীণ বেংক" পৃষ্ঠালৈ উভতি যাওক।