গুগল নে গোগল ? গীতাৰ্থ বৰদলৈ (talk) 16:40, 6 মাৰ্চ 2012 (UTC)

গুগল বিষ্ণু শ‍ইকীয়া বাৰ্তা 16:49, 6 মাৰ্চ 2012 (UTC)

কিয়? OO ৰ লিপ্যন্তৰ "ও" নহয় জানো? — গীতাৰ্থ বৰদলৈ (talk)
অভিধানবিলাকত OO গু বুলি লিখে৷ যেনে- Good-গুড, কিন্তু মই Google শব্দটো গুগ'ল বুলি লিখোঁ৷

Anjal Borah (talk) 06:41, 27 মাৰ্চ 2012 (UTC)

"গুগল" পৃষ্ঠালৈ উভতি যাওক।