honorific prefix

সম্পাদনা কৰক

@দিব্য দত্ত the page শংকৰদেৱ has শ্ৰীমন্ত as prefix in the WP:LEAD . Why can't চাওফা be used here? you removed the honorific prefix recently.KHI-LAN-TZI 11:06, 25 September 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

শ্ৰীমন্ত শংকৰদেৱ, গুৰু নানক আদিবোৰ সাধাৰণতে ব্যৱহাৰ হোৱা শব্দৰ ভিতৰত পৰে, কিন্তু চাওফা নপৰে, আনকি অসমৰ বহুলোকে চাওফা মানে কি তাকেই নাজানে। চাওলুং চ্যুকাফা ব্যৱহাৰ কৰিব পাৰি, এইটো এটা চিনাকি নাম।দিব্য দত্ত (বাৰ্তা) 11:13, 25 September 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক
@দিব্য দত্ত WP:COMMON isn't applied to the Lead section it's for the title of the article, lots of names are not known to the mass. Also, chao pha is a globally known prefix not just limited to the people of Assam. I haven't come through such rule yet that stated honorific prefixes should be removed if not popularly known by the mass. Do you have any guidelines to show or it's just a Personal Point of view?? KHI-LAN-TZI 11:21, 25 September 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক
মোৰ দৃষ্টিত অপ্ৰয়োজনীয় শব্দ ব্যৱহাৰ কৰাতকৈ ৱিকিপিডিয়া যিমান পাৰি সিমান সৰল হোৱা উচিত। আপুনি যদি ভাবিছে চাওফা শব্দটো নাথাকিলে প্ৰবন্ধটোৰ মান কমি যাব, দি দিম বাৰু। যিহেতু Infobox ত শব্দটো দিয়া হৈছেই, গতিকে মোৰ মতে অপ্ৰয়োজনীয় শব্দ এটা বাৰে বাৰে প্ৰবন্ধত ব্যৱহাৰ নকৰিলেও হয়। তথাপিও এই পৃষ্ঠাটো পঢ়ি চাব পাৰে।দিব্য দত্ত (বাৰ্তা) 11:27, 25 September 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক
@দিব্য দত্ত Yes a native word shouldn't be used multiple times according to the guidelines we have talked about it in মোমাই তামুলী discussion page, however it can be used during initial time and infobox. শ্ৰীমন্ত in শংকৰদেৱ page also been repeated in both the infobox and initial. KHI-LAN-TZI 11:47, 25 September 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক
@দিব্য দত্ত regarding MOS:SIR it also emphasized the use in Initial and Infobox as far i understood. So, the conclusion should be same you should restore the title in the initial. Thankyou for participating in the conversation in a healthy way without personal attack.  KHI-LAN-TZI 11:57, 25 September 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক
"চুত্যিণ্‌ফা" পৃষ্ঠালৈ উভতি যাওক।