বাৰ্তা:নীলমণি ফুকন (জ্যেষ্ঠ)
(বাৰ্তা:নীলমণি ফুকন (জেষ্ঠ)ৰ পৰা পুনঃনিৰ্দেশিত)
ইয়াত থকাজন ককা নীলমণি ফুকন৷ কিন্তু কনিষ্ঠ কবি নীলমণি ফুকনৰ বিষয়ে প্ৰবন্ধ আছেনে নাই ধৰিব পৰা নাই৷ কাৰণ অসমীয়া সাহিত্য প্ৰবন্ধত আধুনিক কবি নীলমণি ফুকনক লিংক কৰি ৰখাত অনুসন্ধান কৰিলে ককা নীলমণি ফুকনলৈ লৈ যায়৷ গতিকে দুয়োজনক পৃথক কৰিব লাগিছিল৷ এজনৰ পিছত (ককা) লগাই দিব পাৰি নেকি? কথাটো ভাবি চাব লাগিছিল৷
Anjal Borah 08:46, 30 জানুৱাৰী 2012 (UTC)
- সকলো ঠাইতে একেই হৈ আছে৷ কনিষ্ঠ আধুনিক কবি নীলমণি ফুকনক লিংক কৰি ৰখাত জেষ্ঠ ককা নীলমণি ফুকনলৈ লৈ যায়৷ Anjal Borah 08:52, 30 জানুৱাৰী 2012 (UTC)
- আগতে (ককা) বুলিয়েই লিখা আছিল। কোনোবাই আঁতৰাই দিলে। আকৌ কৰি দিয়ক। Gitartha.bordoloi 09:25, 30 জানুৱাৰী 2012 (UTC)
- এনেকৈ কৰা ভাল হ'বনেকি? (1) নীলমণি ফুকন (জেষ্ঠ) (2) নীলমণি ফুকন (কনিষ্ঠ)৷ কাৰণ এজনক ককা কৰিলেও আনজনৰ পিছত কিবা এটা লগাব নালাগিব জানো?
Anjal Borah 09:50, 30 জানুৱাৰী 2012 (UTC)
নীলমণি ফুকন (জ্যেষ্ঠ)ৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন নীলমণি ফুকন (জ্যেষ্ঠ)ক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।