মূল মেনু খোলক



অসমীয়া সাহিত্যত ককা উপনামেৰে জনাজাত নীলমণি ফুকন হৈছে এগৰাকী প্ৰাতঃস্মৰণীয় সাহিত্যিক, তথা একেধাৰে এগৰাকী ৰাজনীতিবিদ, সুবক্তা, কবি, কথা-সাহিত্যক, সম্পাদক আৰু ব্যৱসায়ী৷ তেওঁৰ ভাষাৰ ওজস্বীতা আৰু বাগ্মীতাৰ বাবে বাগ্মীবৰ পোছাকী সম্ভাষণ দিয়া হৈছিল৷ তেওঁৰ কবিতাসমূহত ৰহস্য সন্ধানী ভাবৰ পৰিচয় ঘটাৰ লগতে মানৱ প্ৰেম তথা সৌন্দৰ্য অনুভূতিৰ প্ৰকাশো দেখা পোৱা যায়৷ তেওঁৰ প্ৰায়বোৰ কবিতাই আছিল ছনেট গঢ়ী৷

নীলমণি ফুকন (জ্যেষ্ঠ)

নীলমণি ফুকনৰ প্ৰতিকৃতি
জন্ম জুন ১৮৮০
ডিব্ৰুগড়, অসম, ভাৰত
মৃত্যু ১৯৭৮
পেচা সাহিত্যিক, ৰাজনীতিবিদ, সুবক্তা, কবি, কথা-সাহিত্যক, সম্পাদক আৰু ব্যৱসায়ী

জন্মসম্পাদনা কৰক

১৮৮০ জুন মাহ ডিব্ৰুগড়৷ পিতৃ লম্বোদৰ ফুকন৷ মাতৃ চন্দ্ৰাৱলী৷ শিক্ষা ডিব্ৰুগড়ৰ বঙলা স্কুলৰ পৰা এন্ট্ৰেন্স (১৯০০)

শিক্ষাসম্পাদনা কৰক

কলিকতাতপ্ৰেচিডেন্সি কলেজ,কটন কলেজৰ পৰা এফ এ (১৯০৫)৷ কোচবিহাৰ ভিক্টোৰিয়া কলেজৰ পৰা বি এ (১৯০৭), কলিকতাতৰ পৰা অসমাপ্ত আইন শিক্ষা

কৰ্মজীৱনসম্পাদনা কৰক

ডিব্ৰুগড়জৰ্জ ইন্সটিউটৰ প্ৰধান শিক্ষক (১৯১১-১৯২৫), আসাম লেজিছলেটিভ কাউন্সিলৰ সভ্য(১৯২১-১৯২৭),অসম এছেম্বলীৰ সভ্য (১৯৪৮-৫৭), নীলমণি চাহ বাগিচা (১৯২৮),সম্পাদক সাদিনীয়া বাতৰি (১৯৩১-৩৬)৷ ন জোন(১৯৩৪),আলোচনী, অসমীয়া

ৰচনাসম্পাদনা কৰক

জ্যোতিকণা(১৯৩৮), সাহিত্যকলা(১৯৪০), জয়াতীৰ্থ(১৯৪১), চিন্তামনি(১৯৪২), মানসী(১৯৪৩), গুটিমালী(১৯৫০), জিঞ্জিৰি(১৯৫১), মহাপুৰুষীয়া ধৰ্ম, অমিত্ৰা(১৯৫২), সন্ধানী(১৯৫৩), শতধাৰা(১৯৬২), মৰ্মবাণী(১৯৬৩), আহুতি, তৰুণ অসম, মৰা ডালত কুঁহিপাত, তুমিনো নোহোৱা কি?

সন্মান আৰু স্বীকৃতিসম্পাদনা কৰক

মৃত্যুসম্পাদনা কৰক

১৯৭৮ চন

তথ্য সংগ্ৰহসম্পাদনা কৰক

  • অসমীয়া কবি আৰু কবিতা (নন্দ তালুকদাৰ)
  • সঞ্চয়ন