বাৰ্তা:নীলমণি ফুকন (জ্যেষ্ঠ)

ইয়াত থকাজন ককা নীলমণি ফুকন৷ কিন্তু কনিষ্ঠ কবি নীলমণি ফুকনৰ বিষয়ে প্ৰবন্ধ আছেনে নাই ধৰিব পৰা নাই৷ কাৰণ অসমীয়া সাহিত্য প্ৰবন্ধত আধুনিক কবি নীলমণি ফুকনক লিংক কৰি ৰখাত অনুসন্ধান কৰিলে ককা নীলমণি ফুকনলৈ লৈ যায়৷ গতিকে দুয়োজনক পৃথক কৰিব লাগিছিল৷ এজনৰ পিছত (ককা) লগাই দিব পাৰি নেকি? কথাটো ভাবি চাব লাগিছিল৷

Anjal Borah 08:46, 30 জানুৱাৰী 2012 (UTC)

সকলো ঠাইতে একেই হৈ আছে৷ কনিষ্ঠ আধুনিক কবি নীলমণি ফুকনক লিংক কৰি ৰখাত জেষ্ঠ ককা নীলমণি ফুকনলৈ লৈ যায়৷ Anjal Borah 08:52, 30 জানুৱাৰী 2012 (UTC)
আগতে (ককা) বুলিয়েই লিখা আছিল। কোনোবাই আঁতৰাই দিলে। আকৌ কৰি দিয়ক। Gitartha.bordoloi 09:25, 30 জানুৱাৰী 2012 (UTC)
এনেকৈ কৰা ভাল হ'বনেকি? (1) নীলমণি ফুকন (জেষ্ঠ) (2) নীলমণি ফুকন (কনিষ্ঠ)৷ কাৰণ এজনক ককা কৰিলেও আনজনৰ পিছত কিবা এটা লগাব নালাগিব জানো?

Anjal Borah 09:50, 30 জানুৱাৰী 2012 (UTC)

"নীলমণি ফুকন (জ্যেষ্ঠ)" পৃষ্ঠালৈ উভতি যাওক।