বাৰ্তা:বৈশ্বিক মহামাৰী

Latest comment: 3 বছৰৰ পূৰ্বে by দিব্য দত্ত in topic নাম

নাম সম্পাদনা কৰক

"বিশ্বমাৰী" শব্দটো মান্য নে? — গীতাৰ্থ বৰদলৈ (talk) 19:24, 4 October 2015 (UTC)

হিন্দী ৱিকিত विश्वमारी বুলি আছে বাবে অসমীয়াটো এনেকৈয়ে লিখিলোঁ। মহামাৰী শব্দটো Epidemicৰ বাবে ব্যৱহাৰ কৰা হৈছে। - দিব্য দত্ত (talk) 20:20, 4 October 2015 (UTC)
মিডিয়াত অতিমাৰী শব্দটো ব্যৱহাৰ কৰা দেখিছোঁ। এইটো গ্ৰহণযোগ্য নে? --SlowPhoton (talk) 13:10, 6 June 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক
"বৈশ্বিক মহামাৰী"ৰ অধিক ব্যৱহাৰ চকুত পৰিছে। — গীতাৰ্থ বৰদলৈ (talk) 19:20, 6 June 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক
বৈশ্বিক মহামাৰী ৰাখিলেই ভাল হ'ব তেন্তে। বিশ্বমাৰীবৈশ্বিক মহামাৰী; অতিমাৰীবৈশ্বিক মহামাৰী।--SlowPhoton (talk) 02:46, 7 June 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক
  কৰা হ'ল -দিব্য দত্ত (বাৰ্তা) 13:02, 7 June 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক
"বৈশ্বিক মহামাৰী" পৃষ্ঠালৈ উভতি যাওক।