মিত্ৰদেৱ মহন্তৰ দুটা প্ৰবন্ধ কেনেকৈ হ'ল? "ৰ"ৰ গণ্ডগোল নেকি? লগতে ভাস্কৰ দা, ফটোখনো আঁতৰাই দিলেই ভাল হ'ব কাৰণ তাৰ কপিৰাইট আপোনাৰ হাতত নাই। — গীতাৰ্থ বৰদলৈ (talk) 09:05, 13 জুন 2012 (UTC)

তাকেই, মই লিখি থকাটো সম্পাদনা কৰিবলৈ আহি শেহতীয়া সালসলনিত দেখোঁ আন একে নামৰ প্ৰৱন্ধ। কি কৰা যায় এতিয়া? স্যামন্ত কুমাৰ গোস্বামী বাৰ্তা 09:20, 13 জুন 2012 (UTC)
স্যামন্তৰ মিত্ৰদেৱ মহন্তৰ "ত্ৰ"-ৰ "ৰ"টো বঙালী হৈ থাকিল। সেয়ে খেলিমেলি হ'ল। Anjal Borah (talk) 09:29, 13 জুন 2012 (UTC)
"মিত্ৰদেৱ মহন্ত" পৃষ্ঠালৈ উভতি যাওক।