বাৰ্তা:মৰাণ, শিৱসাগৰ, অসম

মৰাণ শিৱসাগৰত নে ডিব্ৰুগড়ত অৱস্থিত? en:Moran Town --অম্লান বসুমতাৰী মোৰ আলোচনা পৃষ্ঠা মোৰ বৰঙণিসমূহ 14:34, 10 মাৰ্চ 2012 (UTC)

আধা ডিব্ৰুগড়ত, আধা শিৱসাগৰত! ডিব্ৰুগড়ীয়া অংশটো "মৰাণহাট" বুলি কয় সম্ভৱ। গীতাৰ্থ বৰদলৈ (talk)
প্ৰবন্ধৰ নামটো কেৱল ‘মৰাণ’ কৰিলে ভাল হ’ব নেকি? --অম্লান বসুমতাৰী মোৰ আলোচনা পৃষ্ঠা মোৰ বৰঙণিসমূহ 14:39, 10 মাৰ্চ 2012 (UTC)
মৰাণ, কৰাই ভাল| বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:02, 10 মাৰ্চ 2012 (UTC)
"মৰাণ, শিৱসাগৰ, অসম" পৃষ্ঠালৈ উভতি যাওক।