PLEASE delete this page সম্পাদনা কৰক

আৰু এটা পৃষ্ঠা আছে, যিটো বেছি গ্ৰহণযোগ্য। তাতে অধিক তথ্য সংযোগ কৰা হ'ব। সেয়ে এইটো পৃষ্ঠা ডিলিড কৰি দিয়ক। ধন্যবাদ ছাজিদুল ইছলাম (talk) 06:05, 26 February 2017 (ইউ.টি.চি.)উত্তৰ দিয়ক

নাম সম্পাদনা কৰক

অসমীয়া নাম "ৰোজা"হে, গতিকে প্ৰবন্ধটোৰ নাম "ছিয়াম"ৰ পৰাহে "ৰোজা"লৈ সলাব লাগে। — গীতাৰ্থ বৰদলৈ (talk) 16:22, 31 মে' 2018 (ইউ.টি.চি.)

মই "ছিয়াম"ৰ পিছত বন্ধনীৰ ভিতৰত "ৰোজা" লিখা বাবে তাৰ পৰা ৰিডাইৰেক্ট এটা কৰি দিলোঁ। দিব্য দত্ত (বাৰ্তা) 18:24, 31 মে' 2018 (ইউ.টি.চি.)

ছিয়ামটো কোৰআনিক শব্দ আৰু ৰোজাটো ইয়াত প্ৰচলিত শব্দ। যদিও ছিয়ামৰ সলনি ৰোজা শব্দটো ব্যৱহাৰ কৰা হয় কিন্তু অৰ্থ সামান্য বেলেগ বহন কৰে। ইছলাম ধৰ্ম গ্ৰন্থত ৰোজা নামৰ কোনো শব্দ নাই, ই পাৰস্য দেশৰ পৰা আগমন ঘটিছে। ছাজিদুল ইছলাম (talk) 20:21, 3 June 2018 (ইউ.টি.চি.)উত্তৰ দিয়ক

গগুলত "ৰোজা" শব্দটো চাৰ্জ কৰিলেও এই পৃষ্ঠাখন আহে। ছিয়াম থাকিলেও অসুবিধা হ'ব নালাগে। ছাজিদুল ইছলাম (talk) 20:24, 3 June 2018 (ইউ.টি.চি.)উত্তৰ দিয়ক

অসুবিধাৰ কথা নাই। কিন্তু শিৰোনামৰ ক্ষেত্ৰত স্থানীয় নামটোৰ ব্যৱহাৰ প্ৰথমে হ'ব লাগে। — গীতাৰ্থ বৰদলৈ (talk) 06:32, 4 June 2018 (ইউ.টি.চি.)উত্তৰ দিয়ক
"ৰোজা" পৃষ্ঠালৈ উভতি যাওক।