"ৱিকি" প্ৰবন্ধবোৰৰ নামবোৰ ঠিক কৰিব লাগিব। যেনে-'ৱিকিবুক্‌ছ' আৰু'ৱিকিট্ৰেভেল' ইংৰাজীত আছে; আকৌ 'ৱিকিউত্‍স' নামটো অসমীয়া হ'ল। সেইটোৰ নামো "ৱিকিচ'ৰ্ছ" কৰি "ৱিকিউত্‍স"টো পুনৰ্নিৰ্দেশ কৰা ভাল নেকি। বাকীকেইটাৰো 'ৱিকিগ্ৰন্থ' আৰু 'ৱিকিভ্ৰমণ' পুনৰ্নিৰ্দেশ হিচাপে থ'ব পাৰি। নে কি কয়। Gitartha.bordoloi 19:17, 1 জানুৱাৰী 2012 (UTC)

মোৰ বোধেৰে পাৰিলে আমাৰ হাতত থকাখিনি অসমীয়াতে লিখিলে ভাল হয়| ৱিকিগ্ৰন্থ, ৱিকিভ্ৰমণ আদি ম‍ই সমৰ্থন কৰো| (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 19:19, 1 জানুৱাৰী 2012 (UTC)

ইয়াৰ নাম কেইটা ঠিক কৰিব লাগিছিল| এতিয়া সঁজাটো বনাই ৰাখিছো, স্থানান্তৰ কৰি দিলেই হ’ল| (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 19:22, 1 জানুৱাৰী 2012 (UTC)

আচলতে আমি নিজৰ ভাষাত প্ৰকল্পটো কৰোঁতে অসমীয়া নাম দিছোঁ বেলেগ কথা, কিন্তু মূল প্ৰকল্প বা ৱেবচাইটৰ কথা লিখোঁতে মূল নামেই থোৱা ভাল চাগে। গোটত ভোটিং কৰিলেই হ'ল। Gitartha.bordoloi 19:33, 1 জানুৱাৰী 2012 (UTC)
"ৱিকিবুক্‌ছ" পৃষ্ঠালৈ উভতি যাওক।