বিপিন চন্দ্ৰ পাল
বিপিন চন্দ্ৰ পাল (ইংৰাজী: Bipin Chandra Pal; ৭ নৱেম্বৰ ১৮৫৮ – ২০ মে' ১৯৩২) এজন ভাৰতীয় জাতীয়তাবাদী নেতা, সাহিত্যিক, বক্তা, সমাজ সংস্কাৰক আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ সক্ৰিয় সংগ্ৰামী আছিল। তেওঁ “লাল বাল পাল”ৰ অন্যতম সদস্য আছিল।[1] শ্ৰী অৰবিন্দৰ লগতে পাল আছিল ভাৰতৰ স্বদেশী আন্দোলনৰ অন্যতম প্ৰধান বাতকটীয়া। ব্ৰিটিছ ঔপনিৱেশিক চৰকাৰে কৰা বংগ বিভাজনৰ তেঁও বিৰোধিতা কৰিছিল।
বিপিন চন্দ্ৰ পাল | |
---|---|
জন্ম | ৭ নৱেম্বৰ, ১৮৫৮ পলি, হাবিগঞ্জ, ছিলেট জিলা, বেংগল প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত, (বৰ্তমান বাংলাদেশত) |
মৃত্যু | ২০ মে', ১৯৩২ (৭৩ বছৰ) কলিকতা (বৰ্তমান কলকাতা), ব্ৰিটিছ ভাৰত |
ৰাষ্ট্ৰীয়তা | ব্ৰিটিছ ভাৰত |
শিক্ষানুষ্ঠান | কলিকতা বিশ্ববিদ্যালয় |
পেচা | ৰাজনীতিক লেখক ভাৰতৰ স্বাধীনতা সংগ্ৰামী বক্তা সমাজ সংস্কাৰক |
সংস্থা | ব্ৰাহ্ম সমাজ |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
ৰাজনৈতিক আন্দোলন | ভাৰতৰ স্বাধীনতা আন্দোলন |
স্বাক্ষৰ | |
প্ৰাৰম্ভিক জীৱন
সম্পাদনা কৰকব্ৰিটিছ ভাৰতৰ বেংগল প্ৰেচিডেঞ্চিৰ অন্তৰ্গত ছিলেট জিলাৰ হাবিগঞ্জৰ পলি গাঁৱৰ এটা কায়স্থ পৰিয়ালত বিপিন চন্দ্ৰ পালৰ জন্ম হৈছিল।[2] তেঁওৰ পিতৃ ৰামচন্দ্ৰ পাল এজন পাৰ্চী পণ্ডিত আছিল। তেঁও কলিকতা বিশ্ববিদ্যালয়ৰ অধীনৰ ক্ৰাছ মিছন ছছাইটি ক’লেজত অধ্যয়ন আৰু অধ্যাপনা কৰিছিল।[3]
প্ৰথমা পত্নীৰ মৃত্যুৰ পিছত বিপিন চন্দ্ৰ পালে এগৰাকী বিধবাক বিবাহ কৰে আৰু ব্ৰাহ্ম সমাজত যোগদান কৰে।[4]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ Ashalatha, A.; Koropath, Pradeep; Nambarathil, Saritha (2009). "Chapter 6 – Indian National Movement". Social Science: Standard VIII Part 1. State Council of Educational Research and Training (SCERT). পৃষ্ঠা. 72. https://www.itschool.gov.in/pdf/Std_VIII/Social%20Science/SS_VIII_Engpart1.pdf। আহৰণ কৰা হৈছে: 13 October 2011.
- ↑ M.K. Singh (2009). Encyclopedia Of Indian War Of Independence (1857–1947). Anmol Publications. পৃষ্ঠা. 130. "Bipin Chandra Pal (1858–1932) a patriot, nationalist politician, renowned orator, journalist, and writer. Bipin Chandra Pal was born on 7 November 1858 in Sylhet in a wealthy Hindu Kayastha family"
- ↑ "List of distinguished alumni". Archived from the original on 25 September 2012. https://web.archive.org/web/20120925080918/http://www.stpaulscmcollege.org/alumni-association.html। আহৰণ কৰা হৈছে: 18 May 2023.
- ↑ "Bipin Chandra Pal: As much a revolutionary in politics, as in his private life". 12 January 2020. https://theprint.in/features/bipin-chandra-pal-as-much-a-revolutionary-in-politics-as-in-his-private-life/146215/। আহৰণ কৰা হৈছে: 18 May 2023.