১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

২০ মে' (ইংৰাজী: 20 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪০তম (অধিবৰ্ষত ১৪১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২২৫টা দিন বাকী থাকে।

ঘটনাৱলীসম্পাদনা কৰক

  • ১২৯৩ - জাপানৰ কামাকুৰা ভূমিকম্পত ৩০,০০০ লোকৰ মৃত্য়ু হয়।
  • ১৪৯৮ - ভাস্কো দা গামা পৃথিৱী বিখ্যাত পৰ্তুগীজভ্ৰমণকাৰী। তেওঁ সম্পূৰ্ণ সাগৰীয় পথেৰে প্ৰথমগৰাকী ইউৰোপীয় ব্যক্তি হিচাপে ভাৰতত উপস্থিত হয়।

জন্মসম্পাদনা কৰক

  • ১৯৮১ - ইকাৰ কাচিলাচ্, স্পেনিচ্ ফুটবলাৰ (গ'লকীপাৰ), ২০১০ চনৰ বিশ্বকাপ বিজয়ী দলৰ সদস্য়।

মৃত্যুসম্পাদনা কৰক

  • ১৫০৬ - ক্ৰিষ্টোফাৰ কলম্বাছ, এজন দুঃসাহসী অভিযাত্ৰী আৰু ঔপনিৱেশকাৰী। তেখেতক নতুন পৃথিৱীৰ জনক হিচাপে জনা যায়।

দিৱসসম্পাদনা কৰক

  • বিশ্ব মৌ দিৱস।
  • বিশ্ব মেট্ৰ'লজি (জোখ-মাখ বিজ্ঞান) দিৱস।

ছুটি আৰু অন্যান্যসম্পাদনা কৰক

তথ্য সংগ্ৰহসম্পাদনা কৰক


বাহ্যিক সংযোগসম্পাদনা কৰক