আলু পিটিকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: উলটিওৱা হৈছে ভিজুৱেলএডিট
21 নং শাৰী:
 
==প্ৰস্তুত প্ৰণালী==
পাৰম্পৰিক অসমীয়া শৈলীৰ [https://www.recipica.org/2023/09/assamese-aloo-pitika-recipe.html আলু পিটিকা] প্ৰস্তুত কৰিবলৈ আলুখিনি জুইৰ আঙঠাত পুৰি বা ভাতত দি সিজাই লোৱা হয়। সিজোৱা পদ্ধতিত আলুখিনি বাকলি গুচাই গোটাকৈ বা কাটি টুকুৰা কৰি [[ভাত]] বা ডাইলত দি সিজোৱা হয়। কিছুমানে বাকলিৰে সৈতে আলুখিনি উতলা পানীত দি সিজাই লোৱাৰ পিছত বাকলি গুচাই লোৱা হয়। বাকলিৰ সৈতে আলুখিনি জুইৰ আঙঠাত দি পুৰি লোৱা পিছত বাকলিখিনি এৰুৱাই লোৱা হয়। তাৰপিছত সিজাই বা পুৰি কোমল কৰা আলুখিনি এটা পাত্ৰত ৰখা হয়। তাত কটা পিয়াঁজ, কেঁচা জলকীয়া, ধনিয়া, সোৱাদ অনুসৰি নিমখ আৰু মিঠাতেল মিহলাই ভালকৈ হাতেৰে পিটিকি লোৱা হয়। তাৰপিছত গৰমে গৰমে ভাতৰ লগত পৰিবেশন কৰা হয়। <ref name=সুজাতা>{{cite web|first=সুজাতা|last=শুক্লা|url=https://www.pepperonpizza.com/assamese-aloo-pitika-mashed-potato-mustard-oil/|title=Assamese Aloo Pitika - Mashed Potato in Mustard Oil|website=pepperonpizza.com
|date=২ ডিচেম্বৰ ২০১৭|access-date=১ ফেব্ৰুৱাৰী ২০২১}}</ref><ref name=ৰুমী>{{cite web|first=|last=|url=http://www.rumicooks.com/2019/03/aloo-pitika-mashed-potatoes-recipe-in.html?m=1|title=আলু পিটিকা : Aloo Pitika (Mashed potatoes recipe in Assamese)|website=rumicooks.com
|date=১২ মাৰ্চ ২০১৯|access-date=১ ফেব্ৰুৱাৰী ২০২১}}</ref>