অসম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎সাহিত্যত উল্লেখ: সাহিত্যত উল্লেখ আৰু গৱেষক সকলৰ মতামত সজাই লিখা হৈছে।
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: উলটিওৱা হৈছে
148 নং শাৰী:
{{Notetag|যদিও শানসকলে নিজৰ পৰিচয় টাই বুলি দিছিল, তেওঁলোকক ৰাজ্যখনৰ [[খিলঞ্জীয়া লোক|খিলঞ্জীয়া লোকসকলৰ]] মাজত আসাম, আসম আৰু কেতিয়াবা অচম হিচাপে জনাজাত আছিল। নতুন অসমীয়া শব্দ আহোম, যাৰ দ্বাৰা আজিৰ টাইসকলক জনা যায়, আসাম অথবা আসমৰ পৰা উৎপত্তি হোৱা। কালক্ৰমত শাসকসকলৰ কাৰণে প্ৰয়োগ কৰা নাম ৰাজ্যৰ নামলৈ পৰিবৰ্তিত হ'ল। কামৰূপৰ নাম সলনি হৈ প্ৰথমে আসাম আৰু পিছলৈ সংস্কৃতকৰণৰ ফলত অসম হয় গৈ যাৰ অৰ্থ হ'ল "অসমকক্ষ, অসমান বা অসমান্তৰাল" ― [[সত্যেন্দ্ৰনাথ শৰ্মা]]}}<ref name="Kakati">Kakati,Banikanta,Assamese, Its Formation and Development: A Scientific Treatise on the History and Philology of the Assamese Language, Being a Thesis Approved for the Ph.D. Degree of the Calcutta University in 1935, 1995, LBS Publication,https://books.google.co.in/books?id=OTSrmQEACAAJ&dq,https://archive.org/details/AssameseitsFormationAndDevelopment/page/n3}}</ref> সংখ্যালঘু কিছু গৱেষকে
অসম নামৰ উৎপত্তি অসমান <ref name="travelogue">{{cite web | url=http://www.indiatravelogue.com/dest/nest/nest.html | title=Assam Overview | publisher=indiatravelogue.com | accessdate=April 03, 2012}}</ref> [[বড়ো ভাষা|বড়ো শব্দ ৰ]] ''ছো-ছাম'' (অৰ্থ:নিম্নভূমি বা সমভূমি) পৰা আহিছে বুলি মত পোষণ কৰে।<ref>[http://www.archive.org/details/indianvillagecom00bade The Indian village community Baden-Powell, B. H. (Baden Henry), 1841-1901]</ref>
 
বেডেন পাৱেলে তেওঁৰ The Indian village community নামৰ গ্ৰন্থত অসম নামটো এই ভূখণ্ডৰ আদিম [[বড়ো জনগোষ্ঠী|জনগোষ্ঠী বড়োসকলৰ]] ''ছো-ছাম'' (নিম্নভূমি বা সমভূমি) শব্দৰ পৰা আহিছে বুলি কৈছে।<ref>[http://www.archive.org/details/indianvillagecom00bade The Indian village community Baden-Powell, B. H. (Baden Henry), 1841-1901]</ref>
 
=== নতুন নামকৰণ ===
"https://as.wikipedia.org/wiki/অসম"ৰ পৰা অনা হৈছে