প্ৰাণী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা Animalৰ পৰা প্ৰাণীলৈ Gitartha.bordoloiয়ে স্থানান্তৰ কৰিলে: অসমীয়া নাম
No edit summary
7 নং শাৰী:
== বৈশিষ্টসমুহ==
 
কিছুমান সুনিৰ্দিষ্ট বৈশিষ্টই প্ৰানী সমুহক অন্য জীৱৰ পৰা পৃথক কৰে । প্ৰানীবোৰ সংকোষকেন্দ্ৰীয় আৰু বহুকোষী; যাৰ বাবে ইহঁত [[বেক্টেৰিয়া]] আৰু প্ৰটিষ্টাৰ পৰা পৃথক । ইহঁত পৰপোষী আৰু খাদ্য দেহৰ ভিতৰত থকা এক নিৰ্দিষ্ট কোঠালিত হজম কৰে; যিয়েই ইহঁতক উদ্ভিদ আৰু শেলাইৰ পৰা পৃথক কৰে । কোষবেৰ নাই বাবে ইহঁত উদ্ভিদ, [[ভেঁকুৰ]] আৰু শেলাইৰ পৰা পৃথক । সকলো প্ৰাণী চলনক্ষম, (কিছুমান জীৱনৰ নিৰ্দিষ্ট স্তৰত চলনক্ষম) । প্ৰানী সমুহৰ এটা বিশেষ বৈশিষ্ট হ'ল, প্ৰায় ভাগ প্ৰাণীৰ ভ্ৰূণ ব্লাষ্টুলা স্তৰ পাৰ কৰি আহে ।
 
==প্ৰাণীজগতৰ পৰ্বসমুহ==
63 নং শাৰী:
|প্ৰায় ১০০ বিদ্যমান
|- style="background: #ffffe0"
|[[Chordataক'ৰডাটা]]
|মেৰুদণ্ডী
|মেৰুদণ্ডী প্ৰাণী
"https://as.wikipedia.org/wiki/প্ৰাণী"ৰ পৰা অনা হৈছে