প্ৰাণী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:প্ৰাণীজগত যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
7 নং শাৰী:
== বৈশিষ্টসমুহ==
 
কিছুমান সুনিৰ্দিষ্ট বৈশিষ্টই প্ৰানী সমুহক অন্য জীৱৰ পৰা পৃথক কৰে । প্ৰানীবোৰ সংকোষকেন্দ্ৰীয় আৰু বহুকোষী; যাৰ বাবে ইহঁত [[বেক্টেৰিয়া]] আৰু প্ৰটিষ্টাৰ[[প্ৰটিষ্টা]]ৰ পৰা পৃথক । ইহঁত পৰপোষী আৰু খাদ্য দেহৰ ভিতৰত থকা এক নিৰ্দিষ্ট কোঠালিত হজম কৰে; যিয়েই ইহঁতক উদ্ভিদ আৰু শেলাইৰ পৰা পৃথক কৰে । কোষবেৰ নাই বাবে ইহঁত [[উদ্ভিদ]], [[ভেঁকুৰ]] আৰু শেলাইৰ পৰা পৃথক । সকলো প্ৰাণী চলনক্ষম, (কিছুমান জীৱনৰ নিৰ্দিষ্ট স্তৰত চলনক্ষম) । প্ৰানী সমুহৰ এটা বিশেষ বৈশিষ্ট হ'ল, প্ৰায় ভাগ প্ৰাণীৰ ভ্ৰূণ ব্লাষ্টুলা স্তৰ পাৰ কৰি আহে ।
 
==প্ৰাণীজগতৰ পৰ্বসমুহ==
"https://as.wikipedia.org/wiki/প্ৰাণী"ৰ পৰা অনা হৈছে