ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

9 নং শাৰী:
[[/পুৰণি|সবাতোকৈ পুৰণি]] </br>[[/Archive 1|সংৰক্ষণ ১]] </br>[[ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ)/archive 2|সংৰক্ষণ ২]] </br>[[/Archive 3|সংৰক্ষণ ৩ (জানুৱাৰী ২০১২-ডিচেম্বৰ ২০১২)]]<br />[[/Archive 4|সংৰক্ষণ ৪ (জানুৱাৰী ২০১৩-ডিচেম্বৰ ২০১৩)]]<br />[[/Archive 5|সংৰক্ষণ ৫ (জানুৱাৰী ২০১৪-ডিচেম্বৰ ২০১৮)]]
}}
 
== সংখ্যা পৰিবৰ্তনৰ সঁজুলি ==
 
অসমীয়া ৱিকিপিডিয়াৰ প্ৰায় প্ৰতিখন পৃষ্ঠাতে অসমীয়া আৰু ইংৰাজী সংখ্যা সানমিহলি হৈ আছে। হিন্দী ৱিকিত এই সমস্যাৰ সমাধানৰ বাবে তেওঁলোকে '''अंक परिवर्तन''' ([[:hi:विकिपीडिया:अंक परिवर्तक]]) নামৰ এক সঁজুলিৰ সুবিধা কৰি লৈছে। এই সঁজুলিটো ৱেব সংস্কৰণত সদস্যৰ নামৰ কাষত বাওঁফালে দেখা যায়। সঁজুলিটোৱে javascript-ৰ সহায়ত client side-ত সংখ্যাবোৰক ইংৰাজীৰ পৰা হিন্দী বা হিন্দীৰ পৰা ইংৰাজীলৈ পৰিৱৰ্তন কৰে। অসমীয়া ৱিকিপিডিয়াটো এনে এক সঁজুলিৰ ব্যৱস্থা কৰিব পাৰিলে ভাল হয় বুলি বোধ কৰিছোঁ। হিন্দী ৱিকিকৰ্মীৰ সহায়ত তেওঁলোকৰ সঁজুলিটো অলপ সলনি কৰি অসমীয়া ৱিকিটো স্থাপন কৰিব পৰা যায়। অনুগ্ৰহ কৰি এই বিষয়ত আপোনালোকৰ মতামত জনাই তলত জনাই যেন। --[[User:SlowPhoton|SlowPhoton]] ([[User talk:SlowPhoton|talk]]) 08:57, 11 January 2019 (ইউ.টি.চি.)
 
===সন্মত===
#<span style="text-shadow:7px 7px 8px Black;">[[User:ViśvakoṣaSampādaka|<font face="Papyrus">'''চাণক্য'''</font>]] <sup>[[User talk:ViśvakoṣaSampādaka#top|<font face="Papyrus">(বাৰ্তা)</font>]]</sup></span> 09:23, 11 January 2019 (ইউ.টি.চি.)
#[[সদস্য:Gitartha.bordoloi|— গীতাৰ্থ বৰদলৈ]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]]) 15:25, 11 January 2019 (ইউ.টি.চি.)
# -<span style="text-shadow:gray 3px 3px 3px;">[[User:অজয় দাস|<font color="#663300">'''অজয় দাস'''</font>]]&nbsp;([[User Talk:অজয় দাস|বাৰ্তা]])</span> 17:57, 11 January 2019 (ইউ.টি.চি.)
#- [[সদস্য:Joli|জলি বৰা]] ([[সদস্য বাৰ্তা:Joli|talk]]) 21:16, 11 January 2019 (ইউ.টি.চি.)
 
===অসন্মত===
#
 
===মন্তব্য===
#
 
== Train the trainers ==