ভাদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
1 নং শাৰী:
{{Assamesecalendar|31|month=ভাদ|monthstart=19 August 2019|float={{{float|right}}}|clear={{{clear|none}}}}}
 
 
'''ভাদ''' অসমীয়া বৰ্ষপঞ্জীৰ পঞ্চম মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে [[ব'হাগ]], [[জেঠ]], [[আহাৰ]], [[শাওন]], [[ভাদ]], [[আহিন]], [[কাতি]], [[আঘোণ]], [[পুহ]], [[মাঘ]], [[আহিন]] আৰু [[চ'ত]]ৰ অন্যতম।<ref>http://hindupad.com/assamese-months/</ref> ভাদত ৩১ দিন থাকে।<ref>বৰকটকী কোম্পানী, যোৰহাট</ref> এই ভাদ মাহতেই দুই মহাপুৰুষ [[শ্ৰীমন্ত শংকৰদেৱ]] আৰু [[শ্ৰী শ্ৰী মাধৱদেৱ]]ৰ তিৰোভাৱ তিথি।<ref>http://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9a89be9ae9f0-9ae9be9b9-9ad9be9a6-9869f09c1-9ac9f09a69f19be-9ac9f09aa9c799f9be/ ৰঞ্জিত গোবিন্দ বৰা/</ref> [[১ ভাদ]] হ'ল এই মাহৰ প্ৰথম দিন। এই দিনটোৰ পৰাই অসমীয়া মানুহে গুৰু দুজনাক সুঁৱৰি [[নামঘৰ]]ত দৈনিক নাম প্ৰসংগ কৰে।
 
Line 16 ⟶ 19:
# ২৩ভাদ -- [[মহৰম]], [[সত্যেন্দ্ৰনাথ শৰ্মা]]ৰ জন্ম দিৱস (১০ ছেপ্টেম্বৰ)
# ৩১ভাদ -- [[শ্ৰী শ্ৰী বিশ্বকৰ্মা]] পূজা, [[শীলভদ্ৰ]] দেৱৰ জন্ম দিৱস ( ১৮ ছেপ্টেম্বৰ)।
==তথ্য সংগ্ৰহ==
{{Reflist}}
"https://as.wikipedia.org/wiki/ভাদ"ৰ পৰা অনা হৈছে