"পুলিৎজাৰ বঁটা"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

27 বাইট যোগ দিয়া হ’ল ,  2 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
{{Infobox award|name=পুলিৎজাৰ বঁটা|current_awards=পুলিৎজাৰ বঁটা ২০১৯|image=Gen pulitzer.jpg|imagesize=|caption=Pulitzer prize for public service gold medal (Designed by [[Daniel Chester French]])|description=[[বাতৰি কাকত]] আৰু অলনাইন সাংবাদিকতা, সাহিত্য, সংগীতৰ ক্ষেত্ৰত দেখুৱা পাৰদৰ্শিতা।|presenter=[[কলম্বিয়া বিশ্ববিদ্যালয়]]|country=[[আমেৰিকা যুক্তৰাষ্ট্ৰ]]|year=১৯১৭|website={{URL|https://pulitzer.org/}}}}'''পুলিৎজাৰ বঁটা''' বাতৰিকাকত, আলোচনী, অনলাইন সাংবাদিকতা, সাহিত্য তথা সংগীতৰ ক্ষেত্ৰখনত দেখুওৱা পাৰদৰ্শিতাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰদান কৰা এটি বহুল চৰ্চিত বঁটা। বাতৰি কাকতৰ প্ৰকাশক যোচেফ পুলিৎজাৰৰ স্মৃতিত তথা নিউয়ৰ্ক চহৰৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰিচালনাৰে ১৯১৭ চনৰ পৰা এই বঁটা প্ৰদানৰ ব্যৱস্থা কৰা হয়।<ref name="history" /> প্ৰতি বছৰে মুঠ ২১টা ভিন্ন শিতানত এই বঁটা প্ৰদান কৰা হয়। এই ২১টা শিতানত প্ৰত্যেককেই একোখন মানপত্ৰৰ লগত ১৫,০০০ US ডলাৰ প্ৰদান কৰা হয়। ২০১৭ চনৰ পৰা এই ধনৰাশি ১০,০০০ৰ পৰা ১৫,০০০লৈ বৃদ্ধি কৰা হৈছে।<ref name="Prize Amount">{{cite web|title=Pulitzer Board raises prize award to $15,000|url=http://www.pulitzer.org/news/pulitzer-board-raises-prize-award-15000|website=The Pulitzer Prizes|publisher=Columbia University|access-date=January 13, 2017|date=January 3, 2017}}</ref> সাংবাদিকতাৰ সাৰ্বজনীক সেৱা শ্ৰেণীত শ্ৰেষ্ঠত্ব লাভ কৰা জনক সোণৰ পদকৰে সন্মানিত কৰা হয়।<ref name="admin">{{cite web|last=Topping|first=Seymour|authorlink=Seymour Topping|year=2008|url=http://www.pulitzer.org/page/administration-prizes|title=Administration|work=The Pulitzer Prizes|publisher=Columbia University|accessdate=January 31, 2013}} Updated 2013 by Sig Gissler.</ref><ref name="Medal">{{cite web|url=http://www.pulitzer.org/theMedal|title=The Medal|publisher=Pulitzer Prizes|access-date=January 31, 2013}}</ref>
==তথ্য সংগ্ৰহ==
{{Reflist}}