কোণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
22 নং শাৰী:
দুটাকোণৰ যোগফল ১৮০° হ'লে কোণ দুটাক পৰিপূৰক কোণ বুলি কোৱা হয়। য'দি দুটা পৰিপূৰককোণৰ শীৰ্ষবিন্দু একেটাই হয় তেনেক্ষেত্ৰত ইহঁতৰ সাধাৰণ বাহুটোক বাদ দিলে আন দুটা বাহু মিলি এডাল সৰলৰেখাৰ সৃষ্টি হয় আৰু এই বাহু যোৰক কোণৰ ৰৈখিকযোৰ বুলি কোৱা হয়।{{sfn|Jacobs|1974|p=97}}
 
[[File:Angle acute.png|alt=|thumb|সূক্ষ্ম কোণ]]
===সূক্ষ্ম কোণ===
সূক্ষ্ম মানে হৈছে সৰু বা ক্ষুদ্ৰ। এক সমকোণ বা ৯০° ত কৈ সৰু যিকোনো এটা কোণকে সূক্ষ্ম কোণ বুলি কোৱা হয়। সূক্ষ্ম কোণবোৰৰ মান ০ ৰ পৰা ৯০ৰ ভিতৰত থাকে। তিনিটা সূক্ষ্ম কোণৰ দ্বাৰা তৈয়াৰী ত্ৰিভুজক সূক্ষ্মকোণী ত্ৰিভুজ বুলি কোৱা হয়।<ref>https://www.splashmath.com/math-vocabulary/geometry/acute-angle
</ref> এটা ত্ৰিভুৰ নিন্মতম দুটা কোণৰ মান- সূক্ষ্ম কোণ । দুটা পৰিপূৰক কোণৰ ক্ষেত্ৰত য'দি এটা কোণ স্থূলকোণ হয় তেন্তে আনটো কোণ এটা সূক্ষ্মকোণ হ'ব।<ref>https://www.splashmath.com/math-vocabulary/geometry/acute-angle
</ref>
[[শ্ৰেণী:জ্যামিতি]]
"https://as.wikipedia.org/wiki/কোণ"ৰ পৰা অনা হৈছে