পৰিসংখ্যা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
1 নং শাৰী:
<!-- {{StatsTopicTOC}} -->
[[File:Standard Normal Distribution.png|thumb|upright=1.3|right|এক সাধাৰণ বিতৰণ, সম্ভাৱীতাৰসম্ভাৱিতাৰ ঘনত্বৰ ফলন,]]
[[File:Iris Pairs Plot.png|thumb|upright=1.3|right|বিশ্লেষণাত্মক পৰিসংখ্যা বিজ্ঞানত স্কেটাৰ পল্ট ব্যৱহাৰ কৰা হয়, যাৰ দ্বাৰা বিভিন্ন ধ্ৰুৱক সমূহৰ মাজত সম্পৰ্ক দেখুওৱা হয়।]]
'''পৰিসংখ্যা''' হৈছে এক বিজ্ঞান য'ত তথ্য আহৰণ, সংগঠিতকৰণ বা শ্ৰেণীভুক্তকৰণ, উপস্থাপন আৰু বিশ্লেষণ কৰা হয়।<ref name=ox>{{cite web | title=Oxford Reference|url=https://www.oxfordreference.com/view/10.1093/acref/9780199541454.001.0001/acref-9780199541454-e-1566?rskey=nxhBLl&result=1979}}</ref><ref>{{cite encyclopedia |first=Jan-Willem |last=Romijn |year=2014 |title=Philosophy of statistics |encyclopedia=Stanford Encyclopedia of Philosophy |url=http://plato.stanford.edu/entries/statistics/}}</ref><ref>{{cite web | title=Cambridge Dictionary | url=https://dictionary.cambridge.org/dictionary/english/statistics}}</ref> কোনো বৈজ্ঞানিক, ঔদ্যোগিক, বা সামাজিক ক্ষেত্ৰত পৰিসংখ্যা বিজ্ঞানক প্ৰয়োগ কৰিবৰ বাবে কিছুমান তথ্য বা ডাটাৰ ব্যৱহাৰ কৰা হয়। এই তথ্যৰ প্ৰকাৰ বিভিন্ন ধৰণৰ হ'ব পাৰে যেনেঃ পৃথিৱীত বাস কৰা লোকসকল, বা এটা শ্ৰেণীৰ পুৰুষ আৰু মহিলাৰ সংখ্যা ইত্যাদি। পৰিসংখ্যাই তথ্যৰ সৈতে জড়িত প্ৰতিটো দিশকেই অধ্যয়ন কৰে। তথ্য সংগ্ৰহৰ পৰিকল্পনাকে আদি কৰি প্ৰশ্ন তালিখাৰ আৰ্হি প্ৰস্তুত আৰু তথ্য সংগ্ৰহৰ পদ্ধতি নিৰ্নয়কো পৰিসংখ্যাই বিবেচনা কৰে।<ref name=Dodge>Dodge, Y. (2006) ''The Oxford Dictionary of Statistical Terms'', Oxford University Press. {{isbn|0-19-920613-9}}</ref>
"https://as.wikipedia.org/wiki/পৰিসংখ্যা"ৰ পৰা অনা হৈছে