ঘাতাংক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Nayan j Nath (আলোচনা | বৰঙণি) No edit summary টেগ্: ২০১৭ উৎস সম্পাদনা |
দিব্য দত্ত (আলোচনা | বৰঙণি) No edit summary |
||
5 নং শাৰী:
'''ঘাতাংক''' হৈছে গণিতৰ ক্ষেত্ৰ খনৰ সূচকৰ বিপৰীত প্ৰক্ৰিয়া। অৰ্থাৎ কোনো সংখ্যাৰ ঘাতাংক হ'ল সেই সূচক যাক এটি নিৰ্ধাৰিত মানৰ, (ভিত্তি) ঘাত হিচাপে উন্নীত কৰিলে প্ৰথমোক্ত সংখ্যাটি পোৱা যায়। সাধাৰণ ক্ষেত্রত ঘাতাংকই এটা সংখ্যা (ভিত্তি) কিমানবাৰ গুণ কৰা হ'ল সেয়া গণনা কৰে। উদাহৰণস্বৰূপ, ১০০০ৰ ১০ ভিত্তিক ঘাতাংক বা লগৰ মান ৩, ইয়াৰ অর্থ হ'ল ১০ ৰ ঘাত ৩ লৈ উন্নীত কৰিলে ১০০০ পোৱা যায় (১০০০ = ১০ × ১০ × ১০ = ১০৩)। ইয়াত ১০ সংখ্যাটি ৩ বাৰ গুণ কৰিলে ১০০০ পোৱা যায়। আকৌ সাধাৰণভাবে কোৱা হয়, কোনো ধনাত্মক প্ৰকৃত সংখ্যাক যিকোনো প্ৰকৃত ঘাতলৈ উন্নীত কৰিলে সকলোসময়তে ধনাত্মক ফল পোৱা যায়, সুত্ৰ মতে যদি কোনো দুটি ধনাত্মক প্ৰকৃত সংখ্যা b আৰু x ৰ ঘাতাংক নির্ণয় কৰা যায় য'ত b সংখ্যাটি ১ৰ সমান নহয়। xৰ b ভিত্তিক ঘাতাংক প্ৰকাশ এনেকৈ কৰা হয়- logb(x), আৰু ইয়াৰ মান এটা অন্য প্ৰকৃত সংখ্যা yৰ ক্ষেত্ৰত-
: <math>b^y = x.</math><ref>{{Citation|last1=Kate|first1=S.K.|last2=Bhapkar|first2=H.R.|title=Basics Of Mathematics|location=Pune|publisher=Technical Publications|isbn=978-81-8431-755-8|year=2009|url={{google books |plainurl=y |id=v4R0GSJtEQ4C|page=1}} }}, chapter 1</ref>
উদাহৰণস্বৰূপ, যিহেতু ৬৪ =
log২(৬৪) = ৬
১০ ভিত্তিক ঘাতাংকক (অৰ্থাৎ b = ১০)ল কোৱা হয় সাধাৰণ ঘাতাংক, বিজ্ঞান আৰু প্ৰকৌশল বিদ্যাত ইয়াৰ বহুল ব্যৱহাৰ হয়। প্ৰাকৃতিক ঘাতাংকৰ ভিত্তি হ'ল এটা গাণিতিক ধ্ৰৱক E (≈ ২.৭১৮); গণিত আৰু পদাৰ্থবিদ্যাত ইয়াৰ বিস্তৃত ব্যৱহাৰ হৈছে। দ্বিমিক ঘাতাংকৰ ভিত্তি হিচাপে ব্যৱহৃত হয় ২ (অর্থাৎ b = ২) আৰু ইয়াক সাধাৰণভাবে কম্পিউটাৰ বিজ্ঞানটো ব্যৱহাৰ কৰা হয়।
|