পৰিসংখ্যা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Nayan j Nath (আলোচনা | বৰঙণি) No edit summary টেগ্: ২০১৭ উৎস সম্পাদনা |
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল |
||
1 নং শাৰী:
<!-- {{StatsTopicTOC}} -->
[[File:Standard Normal Distribution.png|thumb|upright=1.3|right|এক সাধাৰণ বিতৰণ, সম্ভাৱিতাৰ ঘনত্বৰ ফলন,]]
[[File:Iris Pairs Plot.png|thumb|upright=1.3|right|বিশ্লেষণাত্মক পৰিসংখ্যা বিজ্ঞানত স্কেটাৰ পল্ট ব্যৱহাৰ কৰা হয়, যাৰ দ্বাৰা বিভিন্ন ধ্ৰুৱক সমূহৰ মাজত সম্পৰ্ক দেখুওৱা হয়। ]]
'''পৰিসংখ্যা''' হৈছে এক বিজ্ঞান য'ত তথ্য আহৰণ, সংগঠিতকৰণ বা শ্ৰেণীভুক্তকৰণ, উপস্থাপন আৰু বিশ্লেষণ কৰা হয়।<ref name=ox>{{cite web | title=Oxford Reference|url=https://www.oxfordreference.com/view/10.1093/acref/9780199541454.001.0001/acref-9780199541454-e-1566?rskey=nxhBLl&result=1979}}</ref><ref>{{cite encyclopedia |first=Jan-Willem |last=Romijn |year=2014 |title=Philosophy of statistics |encyclopedia=Stanford Encyclopedia of Philosophy |url=http://plato.stanford.edu/entries/statistics/}}</ref><ref>{{cite web | title=Cambridge Dictionary | url=https://dictionary.cambridge.org/dictionary/english/statistics}}</ref> কোনো বৈজ্ঞানিক, ঔদ্যোগিক, বা সামাজিক ক্ষেত্ৰত পৰিসংখ্যা বিজ্ঞানক প্ৰয়োগ কৰিবৰ বাবে কিছুমান তথ্য বা ডাটাৰ ব্যৱহাৰ কৰা হয়। এই তথ্যৰ প্ৰকাৰ বিভিন্ন ধৰণৰ হ'ব পাৰে যেনেঃ পৃথিৱীত বাস কৰা লোকসকল, বা এটা শ্ৰেণীৰ পুৰুষ আৰু মহিলাৰ সংখ্যা ইত্যাদি। পৰিসংখ্যাই তথ্যৰ সৈতে জড়িত প্ৰতিটো দিশকেই অধ্যয়ন কৰে। তথ্য সংগ্ৰহৰ পৰিকল্পনাকে আদি কৰি প্ৰশ্ন তালিখাৰ আৰ্হি প্ৰস্তুত আৰু তথ্য সংগ্ৰহৰ পদ্ধতি নিৰ্নয়কো পৰিসংখ্যাই বিবেচনা কৰে।<ref name=Dodge>Dodge, Y. (2006) ''The Oxford Dictionary of Statistical Terms'', Oxford University Press. {{isbn|0-19-920613-9}}</ref>
==আৰম্ভণি==
পৰিসংখ্যাক গণিতৰ এক শাখা বা গণিতৰ এক অংগ বুলি বিবেচনা কৰা হয় যি, তথ্য সংগ্ৰহ, সংগঠিতকৰণ, উপস্থাপন আৰু বিশ্লেষণৰ সৈতে জড়িত।<ref>Moses, Lincoln E. (1986) ''Think and Explain with Statistics'', Addison-Wesley, {{isbn|978-0-201-15619-5}}. pp. 1–3</ref><ref>Hays, William Lee, (1973) ''Statistics for the Social Sciences'', Holt, Rinehart and Winston, p.xii, {{isbn|978-0-03-077945-9}}</ref>
যদিও পৰিসংখ্যাই ডাটা সংগ্ৰহ কৰি ইয়াৰ ওপৰত কৰা বিশ্লেষণ আৰু ইয়াৰ
</ref><ref>{{cite book |last=Chance |first=Beth L. |author2=Rossman, Allan J.
==গাণিতিক পৰিসংখ্যা==
গাণিতিক পৰিসংখ্যা হৈছে পৰিসংখ্যাত গণিতৰ ব্যৱহাৰ। ইয়াত গাণিতিক কৌশল সমূহ যেনে: [[গণিতীয় বিশ্লেষণ]], [[ৰৈখিক বীজগণিত]], [[সম্ভাৱিতা]], সম্ভাৱিতাৰ সূত্ৰাৱলী, পাৰ্থক্য সূচক সমীকৰণ আদিৰ আলোচনা কৰা হয়।
== মূল আৰু ইতিহাস ==
[[File:Jerôme Cardan.jpg|thumb|right|upright=1.05|[[Gerolamo Cardano]], সম্ভাৱিতাৰ গাণিতিক বিশ্লেষণৰ বাটকটীয়া]]
পৰিসংখ্যাৰ ইংৰাজী প্ৰতিশব্দ 'Statistics' শব্দটি লেটিন শব্দ 'Statuss', ইটালীয় শব্দ 'Statista' বা জাৰ্মান শব্দ 'Statistik'ৰ পৰা উৎপত্তি হোৱা বুলি বিশ্বাস কৰা হয়। 'statuss' আৰু 'statistik' শব্দৰ অৰ্থ 'ৰাষ্ট্ৰ' আৰু 'Statista' শব্দৰ অৰ্থ ৰাষ্ট্ৰৰ কাৰ্যাৱলী। ইয়াৰ পৰা বুজা যায় যে, ৰাষ্ট্ৰৰ কাম কাজ পৰিচালনাৰ বাবেই পৰিসংখ্যা বিজ্ঞানৰ উৎপত্তি হৈছে। ৰাষ্ট্ৰৰ বিভিন্ন তথ্য যেনেঃ জনসংখ্যা, জন্ম-মৃত্যুৰ হাৰ, আদি নিৰ্ধাৰণৰ ক্ষেত্ৰত পৰিসংখ্যাৰ ব্যৱহাৰ হয়। ৮ আৰু ১৩ শতাব্দীৰ মাজৰ ইছলামিক স্বৰ্ণ যুগৰ সময় চোৱাত আৰৱ গণিতজ্ঞ আৰু আৰু সাংকেতিক বাৰ্তা লিখোঁতাৰ দ্বাৰা সম্ভাৱিতা আৰু পৰিসংখ্যাৰ ব্যৱহাৰ হোৱা বুলি ধৰা হয়। আল-খালিলে(৭১৭-৭৮৬) সাংকেতিক বাৰ্তাৰ ওপৰত লিখা গ্ৰন্থ খনত স্বৰধ্বনি যুক্ত আৰু অযুক্ত সকলো সম্ভৱপৰা আৰৱী শব্দৰ তালিকা প্ৰস্তুত কৰিবলৈ পোন প্ৰথমবাৰৰ বাবে বিন্যাস আৰু
==তথ্যসূত্ৰ==
|