যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
better image
5 নং শাৰী:
|logo =
|seal_image =
|image = Jorhat Govt. Boys' Higher Secondary and Multi-Purpose School.jpg
|image =jorhat govt boys school.jpg
|image size = 220px250px
|imagewikilink =
|alt =
20 নং শাৰী:
|postalcode =৭৮৫০০১
|coordinates =
|schooltype =[[:en:Public school (government funded)|ৰাজহুৱা]]
|established = ১৮৮৩ চন
|founded =
47 নং শাৰী:
|medium = অসমীয়া
|language =অসমীয়া
|campus = [[:en:urban area|Urban]]চহৰাঞ্চল
|campus size =
|area =
57 নং শাৰী:
|yearbook =
|year =
|affiliations =[[অসম মাধ্যমিক শিক্ষা পৰিষদ|SEBA]] আৰু [[:en:AHSECঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ|AHSEC]]
|alumni =
|information =
64 নং শাৰী:
|footnotes =
}}
'''যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়''' ({{lang-en|Jorhat Govt. Boys’ Higher Secondary and Multi-Purpose School}}) যোৰহাটৰ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইয়াক ১৮৮৩ চনত বৃটিচ চৰকাৰে স্থাপনা কৰিছিল।<ref name="infoline">{{cite web | url=http://www.educationinfoline.com/School/Details/484/jorhat-govt-boys-h-s-and-m-p-school | title=Jorhat Govt. Boys H.S and M.P. School | accessdate=December 24, 2012}}</ref> ই যোৰহাটৰ ''সোণাৰু পথ''ত মুখ্য ডাকঘৰৰ ওচৰতে অৱস্থিত। এই বিদ্যালয়ত প্ৰায় ৫৬ জন৫৬জন শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰায় ১৬০০ জন১৬০০জন ছাত্ৰ আছে। শিক্ষাৰ মাধ্যম হৈছে [[Assamese language|অসমীয়া]]। ইয়াৰ দশম শ্ৰেণীৰ ছাত্ৰসকল [[অসম মাধ্যমিক শিক্ষা পৰিষদ]] (SEBA)ৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয়।<ref name="infoline" /> আনহাতে, দ্বাদশ শ্ৰেণীৰ ছাত্ৰসকল অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত Higher Secondary School Leaving Certificate পৰীক্ষাত অৱতীৰ্ণ হয়।<ref name="infoline" />
 
'''যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়''' ({{lang-en|Jorhat Govt. Boys’ Higher Secondary and Multi-Purpose School}}) যোৰহাটৰ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইয়াক ১৮৮৩ চনত বৃটিচ চৰকাৰে স্থাপনা কৰিছিল।<ref name="infoline">{{cite web | url=http://www.educationinfoline.com/School/Details/484/jorhat-govt-boys-h-s-and-m-p-school | title=Jorhat Govt. Boys H.S and M.P. School | accessdate=December 24, 2012}}</ref> ই যোৰহাটৰ ''সোণাৰু পথ''ত মুখ্য ডাকঘৰৰ ওচৰতে অৱস্থিত। এই বিদ্যালয়ত প্ৰায় ৫৬ জন শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰায় ১৬০০ জন ছাত্ৰ আছে। শিক্ষাৰ মাধ্যম হৈছে [[Assamese language|অসমীয়া]]। ইয়াৰ দশম শ্ৰেণীৰ ছাত্ৰসকল [[অসম মাধ্যমিক শিক্ষা পৰিষদ]] (SEBA)ৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয়।<ref name="infoline" /> আনহাতে, দ্বাদশ শ্ৰেণীৰ ছাত্ৰসকল অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত Higher Secondary School Leaving Certificate পৰীক্ষাত অৱতীৰ্ণ হয়।<ref name="infoline" />
 
==প্ৰতিষ্ঠা==
১৮৬৭ চনত জৰ্জ ৱিলিয়ামছন, নামৰ এজন উচ্চ ব্ৰিটিছ প্ৰশাসনিক বিষয়াই [[যোৰহাট জিলা|যোৰহাট]] আৰু [[গোলাঘাট জিলা]]ত শিক্ষা প্ৰসাৰৰ বাবে এক লাখ টকা সাহায্য আগবঢ়ায়। এই পুঁজিৰ সহায়তেই ১৮৭৬ চনত আঠজন ছাত্ৰৰ সৈতে ''ৱিলিয়মছন আৰ্টিজান স্কুল'' (Williamson Artizan School) প্ৰতিষ্ঠা কৰা হয়। চৰকাৰী নিৰ্দেশমতে [[ক’হিমা]]ত এখন বিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। কিন্তু ছাত্ৰৰ অভাৱত বিদ্যালয়খন বন্ধ ৰখা হয়। পাছত যোৰহাটত এখন বিদ্যালয়ৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হয়। ১৮৮৩ চনত ক’হিমাৰ বিদ্যালয়খন যোৰহাটলৈ স্থানান্তৰ কৰা হয় আৰু ইয়াক ৱিলিয়ামছন স্কুলৰ লগত একেলগ কৰা হ’ল। বৰ্তমান এই বিদ্যালয়খন '''যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়''' নামেৰে জনাজাত।
[[File:যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ৰ এক দৃশ্য, a view of Jorhat govt boys HS & MP school.JPG|600px|center|যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ৰ এক দৃশ্য]]
 
==কৃতিত্ব==
Line 112 ⟶ 110:
*[[আব্দুল মজিদ]], প্ৰথমজন অসমীয়া ন্যায়াধীশ
*ইমদাদ আলী, প্ৰথমজন অসমীয়া ৰাষ্ট্ৰদূত
*মদন প্ৰসাদ বেজবৰুৱা, ভাৰত চৰকাৰৰ অৱসৰপ্ৰাপ্ত সচিব
*ফণীধৰ দত্ত
*[[ৰাধানাথ ফুকন]]