অশ্বত্থামা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{Infobox character|series=[[Mahabharata]]|image=Ashwatthama uses Narayanastra.jpg|caption=Ashvatthama uses Brahmastra|family=[[Dronacharya]] (father)<br>[[Kripi]] (mother)<br>[[Kripacharya]] (maternal uncle)<br>[[Bharadwaja]] (grandfather)}}'''অশ্বত্থামা ([[সংস্কৃত]] বা [[হিন্দী]] : अश्वत्थामा, [[ইংৰাজী]] : Ashwatthama) :''' মহাভাৰতৰ এটি গুৰুত্বপূৰ্ণ চৰিত্ৰ। তেওঁ মহাভাৰতৰ যুদ্ধত কৌৰৱৰ পক্ষে হৈ পাণ্ডৱৰ বিৰুদ্ধে যুঁজ দিছিল৷দিছিল। অশ্বথামা আছিল গুৰু [[দ্ৰোণ]]ৰ পুত্ৰ৷পুত্ৰ।<ref>{{cite web|title=अश्वत्थामा कौन थे?|url=https://m-hindi.webdunia.com/article/religious-myths-articles/%25E0%25A4%2585%25E0%25A4%25B6%25E0%25A5%258D%25E0%25A4%25B5%25E0%25A4%25A4%25E0%25A5%258D%25E0%25A4%25A5%25E0%25A4%25BE%25E0%25A4%25AE%25E0%25A4%25BE-%25E0%25A4%2595%25E0%25A5%258C%25E0%25A4%25A8-%25E0%25A4%25A5%25E0%25A5%2587-107071100042_1.htm%3famp=1|website=Hindi.webdunia.com|accessdate=১ জুন ২০২০}}</ref> পৌৰাণিক কাহিনীত ইয়াৰ ক্ষেত্ৰত দুটা নাম পোৱা যায়৷যায়। গুৰু দ্ৰোণৰ পুত্ৰ অশ্বথামা আৰু আনটো বনৰ হাতী যাক মহাভাৰতৰ যুদ্ধত ভীমে হত্যা কৰে৷কৰে।
 
== জন্ম ==
অশ্বথামাৰ পিতৃৰ নাম গুৰু দ্ৰোণ আৰু মাতৃৰ নাম আছিল কৃপী৷কৃপী। জন্মৰ সময়ত অশ্বথামা অশ্বৰ দৰে শব্দ কৰিছিল বাবে তেওঁৰ নাম অশ্বথামা ৰখা হয়৷হয়।<ref name="ashwa">{{cite web|title=अश्वत्थामा|url=https://m.bharatdiscovery.org/india/%E0%A4%85%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%A4%E0%A5%8D%E0%A4%A5%E0%A4%BE%E0%A4%AE%E0%A4%BE |website=Bharatdiscovery.org|accessdate=১ জুন ২০২০}}</ref>
 
== যুদ্ধ শিক্ষা ==
অশ্বথামাৰ পিতৃ গুৰু দ্ৰোণ এজন ব্ৰাহ্মণ আছিল৷আছিল। ব্ৰাহ্মণ হ’লেও তেওঁ ক্ষত্ৰিয়ৰ দৰেই যুদ্ধ বিদ্যাত পাৰদৰ্শী আছিল৷আছিল। গুৰু দ্ৰোণে তেওঁৰ পিতৃ ভৰদ্বাজ মুনিৰ পৰা যুদ্ধ বিদ্যা শিকে৷শিকে। পিতৃৰ সেই বিদ্যাৰে গুৰু দ্ৰোণে তেওঁৰ শিষ্যবিলাককো শিকাইছিল৷শিকাইছিল।<ref name="ashwa" />
 
== কুৰুক্ষেত্ৰ যুদ্ধ আৰু অশ্বথামা ==