পদ্ম বৰকটকী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

গ্ৰন্থৰাজি
No edit summary
1 নং শাৰী:
{{Infobox writer
| name = পদ্ম বৰকটকী
| image =
| image_size =
| alt =
| caption =
| pseudonym =
| birth_name =
| birth_date = {{Birth date and age|1926|07|30}}
| birth_place = [[যোৰহাট]]
| death_date = {{Death date and age|2008|03|11|1926|07|30}}
| death_place = [[গুৱাহাটী]]
| resting_place =
| occupation = লেখক, সাংবাদিক
| language = [[অসমীয়া ভাষা|অসমীয়া]]
| nationality =
| ethnicity =
| citizenship =
| education =
| alma_mater =
| period =
| notableworks =
| spouse =
| influenced =
| awards = [[চুকাফা বঁটা]] (২০০৭)
| signature =
| signature_alt =
| website =
| portaldisp =
}}
'''পদ্ম বৰকটকী''' (১৯২৬-২০০৮) আছিল অসমৰ এজন লেখক আৰু সাংবাদিক।<ref name="শব্দ"/> তেওঁৰ পিতৃ আছিল সূৰ্য্যধৰ বৰকটকী আৰু মাতৃ বিনন্দী দেৱী। ১৯২৬ চনৰ ৩০ জুলাইত যোৰহাটৰ ৰাজহাউলিত তেওঁ জন্ম গ্ৰহণ কৰিছিল।<ref name="শব্দ"/>
 
== কৰ্মজীৱন ==
১৯৫৬ চনত "হিন্দুস্তান ষ্টেণ্ডাৰ্ড" কাকতত ফিচাৰ লিখক হিচাপে পদ্ম বৰকটকীয়ে কৰ্মজীৱন আৰম্ভ কৰিছিল। ১৯৪৮ চনতে [[শ্বিলং|শ্বিলঙ]]ৰ পৰা প্ৰকাশিত "[[আছাম ট্ৰিবিউন]]" কাকতলৈকো তেওঁ নিয়মীয়াকৈ সংবাদ প্ৰেৰণ কৰিছিল।<ref name="শব্দ"/> তেওঁ কেইবাখনো আলোচনী আৰু সংবাদ পত্ৰৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ ভিতৰত "আমাৰ প্ৰতিনিধি", "নতুন প্ৰতিনিধি", "সমকালীন", "মাতৃভূমি", "ইস্তাহাৰ", "The North East Daily", নতুন দৈনিক, আজিৰ অসম, নতুন দিন আদি উল্লেখযোগ্য।<ref name="শব্দ"/> ইয়াৰোপৰি তেওঁ চুটি গল্প, উপন্যাস, নাটক, কবিতা, শিশু সাহিত্য আৰু অনুবাদ সাহিত্যৰ ক্ষেত্ৰতো অৱদান আগবঢ়াইছিল। তেওঁ অসমীয়া সাহিত্যৰ এজন নামকৰা সমালোচক আৰু প্ৰবন্ধকাৰো আছিল। তেওঁ ৩৮ খন৩৮খন উপন্যাস, পাঁচখন চুটিগল্প সংকলন, দুখন কবিতা সংকলন, তিনিখন শিশু পুথি পোন্ধৰখন নাটক আৰু বিভিন্ন বিষয়ৰ দহখন গ্ৰন্থ ৰচনা কৰিছিল।<ref name="শব্দ"/> ২০০৭ বৰ্ষত তেঁওকতেওঁক [[অসম চৰকাৰ|অসম চৰকাৰে]] [[চুকাফা বঁটা]]ৰে সন্মানিত কৰিছিল।<ref>{{cite web | url=https://culturalaffairs.assam.gov.in/information-services/awards-0 | title=Awards | publisher=Government of Assam, Depertment of Cultural Affairs | accessdate=29 July 2019}}</ref><ref>{{cite web | url=https://www.assamtimes.org/node/676 | title=Syukapha Award to Padma Borkotoky | publisher=Assam Times | date=2 December 2007 | accessdate=29 July 2019 | author=pbaruah}}</ref>
 
==গ্ৰন্থৰাজি==
===উপন্যাস===
#মনৰ দাপােণদাপোণ
#খবৰ বিচাৰি
#বিচাৰৰ বাবে
#এটি ক্ষণ মাগোঁ মই
#কোনােকোনো খেদ নাই
#জীৱন এষণা
#জীৱন অৰণি
47 নং শাৰী:
#নজ্বলা ধূপৰ ইতিকথা
#পুতলাৰ নমস্কাৰ
#শিৰৰ সেন্দুৰেসেন্দূৰে অঁকা ছবি
#ঈক্ষিত ইলােৰাইলোৰা
#নতুন প্রতীতিপ্ৰতীতি
#অৱন্ধনা
#নতুন দিনৰ কইনা
60 নং শাৰী:
===উপন্যাসিকা===
#ৰশ্মি সেই নিশা নাহিলত
#খড়গহস্ত কার্টিলেককাৰ্টিলেক তপস্বীৰ মুণ্ড
#অৰিহণা
#স্বপ্ন সত্য বাস্তৱ (ট্রিলজীট্ৰিলজী)
#সুখৰ বাবেই
#মােৰমোৰ জন্ম, মই আৰু ভয়
#অয়ি অনৱনিতা
#ৰহস্য সন্ধানী ৰিপ'ৰ্টাৰ
70 নং শাৰী:
#লেখক বিচাৰি
#কানীন কাহিনী
#সােণােসোণো আছে তাত
#শেষ অৰিহণা (দৈনিক অসম-১৯৯৭)
#সাংবাদিকৰ ডায়েৰী(অগ্রদূতঅগ্ৰদূত-১৯৯৩)
#শ্ৰীমতী গীতা (আজিৰ সময়- ১৯৮৭)
#এই জুই নুনুমায়(৪) (আজিৰ সময়-১৯৮৮)
81 নং শাৰী:
#কুকুৰ, গৰু আৰু চিয়াপিৰ লগত (আজিৰ সময়-১৯৮৬)
#একুৰা জুই আৰু চুক্তিৰ ৰাজনীতি (ৰূপকাৰ-১৯৮৫)
#অন্তসত্ত্বাঅন্তঃসত্ত্বা (ৰূপকাৰ-১৯৯০)
#চোৰৰ চিকন ভৰি (জোনবিৰি-১৯৮৪)
#হেনৰী এলেজা (সমকালীন-১৯৬৭)
89 নং শাৰী:
#গংগাধৰ
#আকৌ মণিৰাম
#চিৰন্তন প্রতিমাপ্ৰতিমা দেখি (অগ্রদূতঅগ্ৰদূত-১৯৯৪)
#লাজে যত লাজ কৰে (১৯৬৮)
#মােৰমোৰ জন্ম, মই আৰু ভয়
#পিতলৰ টুপ লগােৱালগোৱা লাঠি
#বান্দৰৰ কেইটা ঠেং?
===অনূদতি উপন্যাস===
#প্রথমপ্ৰথম প্রেমপ্ৰেম (১৯৮০)
#হে বিদেশী বন্ধু (১৯৬৫)
#সুৰীয়া বিহংগ (১৯৮০)
#টিপি লিক্‌লিন (১৯৮০)
===ইংৰাজী গ্রন্থগ্ৰন্থ===
#Hidden facts from the Magic Land of Assam
#Clouds are not the Sky (Political comic)
#Silent Revolution (Edited)
===গীত===
#সপােনসপোন দেখােদেখো মই
===কবিতা===
#শুনা প্রিয়াপ্ৰিয়া মােৰমোৰ পৰিচয়
===চুটিগল্প===
#অশ্লীল (১৯৫৯)
#ৰীতাৰ প্রেমপ্ৰেম (১৯৬২)
#বিয়াৰ প্রথমপ্ৰথম নিশা (১৯৮০)
#মৰমৰ চিন (১৯৮০)
#আঙঠি পিন্ধোৱাৰ পিছত (১৯৯৭)
===অনূদিত জীৱনী===
#এলবার্টএলবাৰ্ট আইনষ্টাইনৰ জীৱন কথা
#টমাচ আলভা এডিচন
#হেলেন কেলাৰ
#ৰবাৰ্ট ফুলটন
===অনূদিত নাটক===
#অথেলো
#অথেলাে
#পুতলা ঘৰ (১৯৫৯)
#ক্লিওপেট্রাক্লিওপেট্ৰা (নাট্যকাৰ)
===নাটক===
#সিঁচা পুখুৰীৰ মাছ (ৰতন মাউট)
#শংকৰদেৱ
#আজিৰ দ্রৌপদীদ্ৰৌপদী(ৰূপকাৰ)
===অনাতাঁৰ বিৱৰণ (ইতিপূর্বেইতিপূৰ্বে প্রচাৰিতপ্ৰচাৰিত)
#সিঁচা পুখুৰীৰ মাছ
#আমাৰ আশাৰ আছে ইতিহাস
#অৰণ্যত গণতন্ত্রগণতন্ত্ৰ
#দৈয়াঙৰ ৰচৈ
#পৰজনমৰ শুভ লগনত
#প্রিয়প্ৰিয় ফুল শেৱালি
#বালিঘৰ
#মেঘবােৰমেঘবোৰ আকাশ নহয়
#মডেল
===অন্যান্য===
#মানুহ আৰু যন্ত্রযন্ত্ৰ
#মহাকাশ অভিযান
#বিশ্বৰ সেৱাত চিকিৎসক বৃন্দ
147 নং শাৰী:
#সুৰীয়া মাতৰ গুৰি কথা
#কাপুৰুষ মহাপুৰুষ
#গর্বৰােগৰ্বৰো আছে ইতিহাস
===শিশুৰ কিতাপ===
#আমাৰ পৃথিৱী আৰু আমি (১৯৭৪)
#বৰণীয়সকলৰ বাল্যকাল (১৯৯৬)
#চিকিৎসাবিজ্ঞানৰ আধুনিক আৱিষ্কাৰৰ কাহিনী(১৯৮২)
===অপ্রকাশিতঅপ্ৰকাশিত===
#অসমীয়া বানানৰ হাতপুথি