জয়ন্ত মাধৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{about|অসমৰ অৰ্থনীতিবিদজন|অসমৰ ঔপন্যাসিকজন|জয়ন্ত মাধৱ বৰা}}
{{Infobox person
| name = জয়ন্ত মাধৱ
| native_nameimage =
| image_size =
| native_name_lang =
| imagealt =
| image_sizecaption =
| altbirth_name =
| birth_date = {{birth date|1929|10|25}}
| caption =
| birth_namebirth_place =
| death_date = {{death date and age|2020|10|19|1929|10|25}}
| birth_date = ২৫ অক্টোবৰ, ১৯২৯
| birth_place =
| death_date = ১৯ অক্টোবৰ, ২০২০
| death_place = গুৱাহাটী
| residence = খাৰঘূলি, [[গুৱাহাটী]]<ref name="ড°ড॰ মাধৱ">{{cite web | url=https://nenow.in/north-east-news/assam/assam-renowned-economist-dr-jayanta-madhab-passes-away.html | title=Assam: Renowned economist Dr Jayanta Madhab passes away | publisher=নৰ্থ ইষ্ট নাও | date=19 October 2020 | accessdate=19 October 2020}}</ref>
| nationality = [[ভাৰত|ভাৰতীয়]]
| other_names =
| citizenship = {{flag|India}}
| education =
| occupation = অৰ্থনীতিবিদ
| years_active =
| employer =
| organization =
| known_for =
| notable_works =
| style =
| influences =
| influenced =
| home_town =
| religion =
| spouse =
| partner =
| children =
| parents =
| awards =
| signature =
| signature_alt =
| signature_size =
| website =
}}
'''জয়ন্ত মাধৱ''' [[অসম]]ৰ এগৰাকী অৰ্থনীতিবিদ।<ref name="জয়ন্ত মাধৱ"></ref><ref name="Jayanta Madhab"></ref> তেখেতে ২০০৩চনৰপৰা ২০০৯চনলৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী [[তৰুণ গগৈ]]ৰ পৰামৰ্শদাতা ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতে [[উত্তৰ পূৱ বিত্তীয় উন্নয়ন নিগম]] চমুকৈ '''নেডফি''' প্ৰতিষ্ঠাত ঘাই ভূমিকা লৈছিল।<ref name="জয়ন্ত মাধৱ"></ref><ref name="Jayanta Madhab"></ref><ref name="ড°ড॰ মাধৱ"></ref> ''লণ্ডন স্কুল অৱ ইকনমিক্স''ৰপৰা তেখেতে ডক্টৰেট লাভ কৰিছিল। অসমত কংগ্ৰেছ চৰকাৰৰ অৰ্থনৈতিক উপদেষ্টা ৰূপে তেখেতে উল্লেখনীয় ভূমিকা লৈছিল। ২০২০চনৰ ১৯ অক্টোবৰ তাৰিখে ৯০ বছৰ বয়সত দীৰ্ঘদিনীয়া অসুখত ভুগি তেখেতৰ মৃত্যু হয়।<ref name="Jayanta Madhab">{{cite web | url=https://www.assamtimes.org/content/jayanta-madhab-passes-away | title=Jayanta Madhab passes away | publisher=www.assamtimes.org | date=19 October 2020 | accessdate=19 October 2020}}</ref>
 
==জন্ম আৰু শিক্ষা==
১৯২৯চনৰ ২৫ অক্টোবৰ তাৰিখে গুৱাহাটীত তেখেতে জন্মলাভ কৰে। যোৰহাট [[জগন্নাথ বৰুৱা মহাবিদ্যালয়]]ৰপৰা অৰ্থনীতি বিষয়ত সন্মানসহ তেখেতে স্নাতক ডিগ্ৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। লণ্ডন স্কুল অৱ ইকনমিক্সৰপৰা তেখেতে ফাইনেন্সিয়েল মেনেজমেণ্টত ডক্টৰেট লাভ কৰিছিল।<ref name="জয়ন্ত মাধৱ">{{cite web | url=https://www.eastmojo.com/assamese/2020/10/19/assams-noted-economist-dr-jayanta-madhab-passes-away-at-90-2 | title=বিশিষ্ট অৰ্থনীতিবিদ ড°ড॰ জয়ন্ত মাধৱৰ দেহাৱসান | publisher=https://www.eastmojo.com | work=ৰংমন দাস | date=১৯ অক্টোবৰ, ২০২০ | accessdate=১৯ অক্টোবৰ, ২০২০}}</ref>
 
==কৰ্মজীৱন==
Line 47 ⟶ 27:
 
==মৃত্যু==
বাৰ্দ্ধক্যজনিত ৰোগত ২০২০চনৰ ১৯ অক্টোবৰ তাৰিখে গুৱাহাটীৰ এপ'ল' হস্পিটেলত তেখেতৰ মৃত্যু হয়।<ref name="জয়ন্ত মাধৱ"></ref><ref name="Jayanta Madhab"></ref><ref name="ড°ড॰ মাধৱ"></ref>
 
==অধিক চাওক==
*[https://www.youtube.com/watch?v=2UlR95y1woY ড°ড॰ জয়ন্ত মাধৱৰ সৈতে কফি টেবুল ট'ক(তৃতীয় ভাগ), ইউটিউব]
 
==তথ্যসূত্ৰ==
Line 57 ⟶ 37:
[[শ্ৰেণী:অসমৰ ব্যক্তি]]
[[শ্ৰেণী:মৃত ব্যক্তি]]
[[শ্ৰেণী:অৰ্থনীতিবিদ]]