ভেকুৰী তিতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

10 নং শাৰী:
'''ভেকুৰী তিতা'''{{En|Solanum torvum, the turkey berry, devil's fig, pea eggplant, platebrush আৰু susumber,<ref name=GRIN>{{GRIN | access-date = 23 November 2020}}</ref>}}বহল পাতেৰে এবিধ কাঁইটীয়া গুল্ম জাতীয় উদ্ভিদ।
==বৰ্ণনা==
ভেকুৰী তিতাৰ গছ সাধাৰণতে ২ ৰে পৰা ৩ মিটাৰ পৰ্যন্ত ওখ হয়। গা-গছৰ তলৰ অংশটো গোলাকাৰে প্ৰায় ২ চেণ্টিমিটাৰ ব্যাসৰ। অৱশ্যে এই গছ ৫ মিটাৰ পৰ্যন্ত ওখ আৰু গা-গছৰ গুৰি অংশৰ ব্যাস ৮ চেণ্টিমিটাৰ পৰ্যন্ত হ'ব পাৰে। এই গুল্ম জাতীয় উদ্ভিদ জোপাৰ গুৰি অংশত এডাল মাত্ৰ কাণ্ডৰে আগ বাঢ়ি সামান্য ওপৰলৈ শাখা-প্ৰশাখাৰে জোপোহা হৈ পৰে। কাণ্ডৰ কাঠৰ বৰণ ধোঁৱা বৰণীয়া আৰু চাল অংশ প্ৰায় মসৃণ। এই গছৰ শিপাৰ বৰণ বগা আৰু ইয়াৰ গঠন দৃঢ় নহয়।
 
==গুণাগুণ==
==চিত্ৰ ভঁৰাল==