ৰেফাৰেঞ্চ ডট্ কম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Content deleted Content added
নতুন পৃষ্ঠা: {{Infobox website |name = ৰেফাৰেঞ্চ ডট্ কম |logo = Reference-com logo.svg |url = {{URL|http://www.reference.com}} |type = বিশ...
(কোনো পাৰ্থক্য নাই)

06:19, 10 January 2021ৰ সংস্কৰণ

ৰেফাৰেঞ্চ ডট্ কম হৈছে এক মুক্ত বিশ্বকোষ, যিয়ে প্ৰশ্ন-উত্তৰ পদ্ধতিৰ সূচিৰ সেৱা আগবঢ়াই। ইয়াৰ প্ৰবন্ধ সমূহ পৌৰোহিত্য সংক্ৰান্ত পদ্ধতিৰে সজোৱা থাকে।

ৰেফাৰেঞ্চ ডট্ কম
Reference-com logo.svg soft2i
ইউ আৰ এল www.reference.com
প্ৰকাৰ বিশ্বকোষ, অভিধান
ভাষা ইংৰাজী, স্পেনিছ es-us
স্বত্বাধিকাৰী আই এ চি(কোম্পানী)
মুকলি ফেব্ৰুৱাৰী ১৯৯৭; ২৭ বছৰ  আগতে (1997-02)

২০০৮ চনত এক অধিগ্ৰহণৰ সময়ত আইএচিয়ে ছাইটটোৰ পুনৰনিৰ্মাণ কৰাৰ আগেয়ে ৰেফাৰেঞ্চ ডট্ কমে একাধিক তথ্যসূত্ৰ অন্তৰ্ভুক্ত কৰে আৰু ইয়াৰ উৎসসমূহ প্ৰকাশ কৰে।