অক্ষয় তৃতীয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{unreferenced}}
{{Infobox holidayHoliday
|holiday_name = অক্ষয় তৃতীয়া
|type = হিন্দু, আৰু জৈন
|observedby = হিন্দুধৰ্মী আৰু জৈনধৰ্মী
|image = One Anna British-Indian coin.png
|caption = প্ৰথম জৈন তীৰ্থাংকৰ ঋষভনাথে ৰজা শ্ৰেয়াঞ্চৰ পৰা কুঁহিয়াৰৰ ৰস গ্ৰহণ কৰি থকাৰ দৃশ্য খোদিত এটি ব্ৰিটিছ-ভাৰত চৰকাৰৰ দ্বাৰা মুদ্ৰিত এটি এক অনা মুদ্ৰা
|official_name =অক্ষয় তৃতীয়া
|nickname =
|observedby = [[হিন্দু]], [[জৈন]]
|begins = বহাগ
|ends =
|date = এপ্ৰিলৰ শেষৰফালে-মে'ৰ প্ৰথমফালে
|date2012 =
|date২০১৪ = ২ মে'
|date২০১৫ = ২১ এপ্ৰিল
|date২০১৬ = ৯ মে'
|date২০১৭ = ২৮ এপ্ৰিল
|date২০১৮ =
|celebrations = এদিন
|observances =
|frequency = বাৰ্ষিক
|relatedto =
|duration = এদিন
}}
'''অক্ষয় তৃতীয়া''' (বা আখা তীজ) হিন্দু আৰু জৈনধৰ্মী লোকসকলে উদযাপন কৰা এক পবিত্ৰ ধৰ্মীয় তিথি। প্ৰতি বছৰৰ ব'হাগ মাহৰ শুক্লা তৃতীয়া তিথিত এই পবিত্ৰ ধৰ্মীয় উৎসৱ পালন কৰা হয়। হিন্দুধৰ্মী লোকসকলে বিশ্বাস কৰে যে এই দিনটোতে সত্য যুগৰ আৰম্ভণি হৈছিল। ভগৱান [[বিষ্ণু]]ৰ ষষ্ঠ অৱতাৰ পৰশুৰামৰ জন্ম হৈছিল। এই দিনটোতে বেদ ব্যাস আৰু ভগৱান গণেশে মিলি [[মহাভাৰত]] ৰচনা আৰম্ভ কৰিছিল বুলি জনা যায়। অন্য এক জনশ্ৰুতি মতে এই শুক্লা তৃতীয়াৰ দিনটোতে ভগীৰথে [[গঙ্গা]] নদীক সৰগৰ পৰা মৰ্ত্যলৈ বোৱাই লৈ আনিছিল। সেয়েহে এই দিনটোত গঙ্গা স্নান কৰিলে পুণ্য অৰ্জন হয় বুলি জনবিশ্বাস আছে।
 
==তথ্য সংগ্ৰহ==