উৎপাদক বিশ্লেষণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
No edit summary
1 নং শাৰী:
{{Wikify}}
[[File:Factorisatie.svg|thumb|right|''x''<sup>2</sup>&nbsp;+&nbsp;''cx''&nbsp;+&nbsp;''d'' বহুপদটোৰ ''a&nbsp;+&nbsp;b&nbsp;=&nbsp;c'' আৰু ''ab&nbsp;=&nbsp;d'',ক (''x&nbsp;+&nbsp;a'')(''x&nbsp;+&nbsp;b'').আকাৰত উৎপাদক বিশ্লেষণ কৰিব পাৰি]]
'''উৎপাদক বিশ্লেষণ'''(Factor), হৈছে উৎপাদক নিৰ্ণয়ৰ এক পদ্ধতি। গণিতৰ জগতখনত এটা অখণ্ড সংখ্যা '''x'''-ক আন এটা অখণ্ড সংখ্যা '''y'''-ৰ উৎপাদক বুলি কোৱা হয় যদিহে '''x''' সংখ্যাটোৰে '''y'''-ক কোনো ভাগশেষ নথকাকৈ হৰণ কৰিব পাৰি বা, '''x'''-ৰ লগত আন কোনো এটা সংখ্যা পূৰণ কৰিলে '''y''' পোৱা যায়।
 
যেনেঃ ৮-ৰ এটা উৎপাদক হ'ল ৪, কাৰণ ৮-ক ৪-ৰে হৰণ কৰিলে ভাগফল ২ পোৱা যায় আৰু ভাগশেষ- ০(শূন্য)। বা ৪-ৰ লগত ২পূৰণ কৰিলে ৮-সংখ্যাটো পোৱা যায়। উদাহৰণ স্বৰূপে এটা সংখ্যা ৩৬ৰ উৎপাদক সমূহ হ'ল- ১, ২, ৩, ৪, ৬, ৯, ১২, ১৮ আৰু ৩৬। আমি তলত দিয়া ধৰণে উৎপাদক সমূহ নিৰ্ণয় কৰিব পাৰোঁ-