নাইক্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Infobox deity | type = গ্ৰীক | name = নাইক্স | image = William-Adolphe Bouguereau (1825-1905) - La Nuit (1883).jpg | alt = | caption = | god_of = নিশাৰ দেৱী | abode = টাৰ্টাৰাছ | symbol = | consort = ইৰেবাছ | parents = মহাশূন্য | siblings = গেইয়া, টাৰ্টাৰাছ, ইৰেবাছ | children = ইথাৰ, হেমেৰ...
 
20 নং শাৰী:
==পৌৰাণিক কাহিনী আৰু সাহিত্য==
===হেচিঅ’ড===
হেচিঅ'ডৰ থিঅ’গনিৰ মতে নাইক্সৰ জন্ম কেঅ’ছ বা মহাশূন্যৰ পৰা হৈছিল। <ref>Hesiod. ''Theogony'', ''[https://www.perseus.tufts.edu/hopper/text?doc=Hes.+Th.+124 123]''</ref> ইৰেবাছৰ (অন্ধকাৰ) সৈতে, লগ হৈ নাইক্সে ইথাৰ (উজ্জ্বলতা) আৰু হেমেৰাৰ (দিন) জন্ম দিয়ে। <ref>Hesiod. ''Theogony, [https://www.perseus.tufts.edu/hopper/text?doc=Hes.+Th.+124 124&#x2013; 125]; '' Gantz, p. 4.</ref> পিছত নিজে নাইক্সে মোৰোছম'ৰছ (সৰ্বনাশ, গন্তব্য), কেৰেছ (ধ্বংস, মৃত্যু), থানাটোছ (মৃত্যু), হিপ্নোছ (টোপনি), ওনেইৰোই (সপোন), ম’মাছ (দোষ), অ’ইজিছ (বেদনা, দুখ), হেস্পেৰাইডছ, মৈৰাই (ভাগ্য), নেমেচিছ (ক্ৰোধ, প্ৰতিশোধ), এপেটে (প্ৰৱঞ্চনা), ফিলোটছ (বন্ধুত্ব), গেৰাছ (বৃদ্ধ বয়স), আৰু এৰিচৰ (বিবাদ) জন্ম দিয়ে। <ref>Hesiod. ''Theogony, [https://www.perseus.tufts.edu/hopper/text?doc=Hes.+Th.+212 212&#x2013; 225]; '' Gantz, pp. 4&#x2013; 5</ref> শেষত নাইক্সে [[হেডিচ]]ৰ নাৱৰীয়া [[চাৰন]] জন্ম দিয়ে। <ref>Hesiod, Theogony from The Homeric Hymns and Homerica with an English Translation by Hugh G. Evelyn-White, Cambridge, MA.,Harvard University Press; London, William Heinemann Ltd. 1914.
 
</ref>
"https://as.wikipedia.org/wiki/নাইক্স"ৰ পৰা অনা হৈছে