ইমাম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎লগতে চাওক: চা ধাতুৰ লগত 'ওক' প্ৰত্যয় যোগ হোৱাৰ বাবে 'চাওক'ত ৺ (চন্দ্ৰবিন্দু) দিব নালাগে৷ চাওঁ (ইয়াত চা ধাতুৰ লগত ওঁ প্ৰত্যয় যোগ হৈছে বাবে চন্দ্ৰবিন্দুৰ প্ৰয়োগ হৈছে৷)
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
1 নং শাৰী:
[[শ্ৰেণী:ইছলাম ধৰ্ম]]
{{Unreferenced}}
'''ইমাম''' ({{lang-ar|إمام}}, বহুবচনঃ {{lang|ar|أئمة}}; {{lang-fa|[[wikt:امام|امام]]}}) ইছলাম ধৰ্মাৱলম্বী সকলে ব্যৱহাৰ কৰা এটা শব্দ, যাৰ দ্বাৰা সাধাৰণভাৱে [[মুছলিম]] সমাজৰ নেতৃস্থানীয় ব্যক্তিক বুজোৱা হয়। সৰ্বাধিক প্ৰচলিত অৰ্থে ইমাম হ'ল সেইজন ব্যক্তি যিজনে [[মছজিদ]] বা বাহিৰত [[জামায়াত]]ত [[ছালাত|নামাজ]] পৰিচালনা কৰে। ইয়াৰ উপৰিও, ইছলামৰ বিষয়ে অগাধ পাণ্ডিত্যৰ অধিকাৰী ব্যক্তি বা উচ্চ পৰ্যায়ৰ [[আলিম]]ক ইমাম হিচাপে সম্বোধন কৰা হয়।
 
"https://as.wikipedia.org/wiki/ইমাম"ৰ পৰা অনা হৈছে