বিশ্বকৰ্মা পূজা
হিন্দুধৰ্মৰ উৎসৱ
বিশ্বকৰ্মা পূজা বা বিশ্বকৰ্মা জয়ন্তী ভাৰতৰ কৰ্ণাটক, অসম, পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা আৰু ত্ৰিপুৰা আদি প্ৰদেশত প্ৰতিবছৰে ভাদ মাহৰ সংক্ৰান্তি বা কণ্যা সংক্ৰান্তিত পালন কৰা হয়।[1][2] এই উৎসৱ প্ৰায় কাৰখানা আৰু উদ্যোগিক স্থানসমূহত পালন কৰা হয়। হিন্দু ধৰ্মত বিশ্বকৰ্মাক বিশ্বৰ নিৰ্মাতা আৰু দেৱতাসকলৰ খনিকৰ বুলি বিশ্বাস কৰা হয়।
বিশ্বকৰ্মা পূজা | |
---|---|
অন্য নাম | বিশ্বকৰ্মা পূজা, বিশ্বকৰ্মা জয়ন্তী |
পালন কৰে | কৰ্ণাটক, অসম, পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা ত্ৰিপুৰা |
প্ৰকাৰ | ধৰ্মীয় |
তাৰিখ | ভাদ মাহৰ সংক্ৰান্তি (১৬-১৯ ছেপ্তেম্বৰ) |
উদযাপন | বিশ্বকৰ্মা পূজা |
সংঘটন | বাৰ্ষিক |
কিছুমান অঞ্চলত অক্টোবৰ - নবেম্বৰ মাহত দেৱালীৰ এদিন পিছত, গোৱৰ্দ্ধন পূজাৰ সৈতেও বিশ্বকৰ্মা পূজা পালন কৰা হয়।[3] বিশ্বকৰ্মাক ভাৰতত দুটা ভিন্ন ৰূপত পূজা কৰা হয়। উত্তৰ ভাৰতত বৃদ্ধ বিশ্বকৰ্মাৰ আৰু ৰাজহংস বাহন সেইদৰে পূব ভাৰতত ডেকা ৰূপ আৰু হাতী বাহন[4]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "विश्वकर्मा पूजा: जानें महत्व और जन्म की कहानी". Aajtak. 17 September 2017. https://aajtak.intoday.in/story/dharma-vishwakarma-pooja-time-and-date-significance-birth-story-tdha-1-951545.html। আহৰণ কৰা হৈছে: 22 July 2019.
- ↑ "All About Lord Vishwakarma and Vishwakarma Puja". Hind Utsav. https://www.hindutsav.com/vishwakarma-puja/। আহৰণ কৰা হৈছে: 22 July 2019.
- ↑ Shobna Gupta (2010). Festivals Of India. Har-Anand Publications. পৃষ্ঠা. 84–. ISBN 978-81-241-1277-9. https://books.google.com/books?id=ADZuyFfRcMYC&pg=PA84.
- ↑ চট্টোপাধ্যায়, কুন্তক. "বঙালীয় ঢুকেই ভোলবদল বিশ্বকৰ্মাৰ" (en ভাষাত). anandabazar.com. https://www.anandabazar.com/calcutta/bengal-celebrates-vishwakarma-puja-in-different-style-1.675950.
বাহ্যিক সংযোগ
সম্পাদনা কৰক- विश्वकर्मा जयंती: स्वर्ग लोक से लेकर द्वारिका तक के रचयिता (জাগৰণ)
- বিশ্বকৰ্মা জয়ন্তী (নৱভাৰত টাইমছ্)
- বিশ্বকৰ্মা জয়ন্তী বিশেষ (পঞ্জাব কেশৰী)