ব্ৰজনাথ ৰথ

আধুনিক ওড়িয়া কবি


ব্ৰজনাথ ৰথ (ইংৰাজী: Brajanath Ratha) (১২ জানুৱাৰী ১৯৩৬ – ৩১ মে’ ২০১৪) এগৰাকী আধুনিক ওড়িয়া কবি। ১৯৩৬ চনত ওড়িশাৰ বালেশ্বৰ জিলাৰ সুনহট নামৰ ঠাইত জন্ম। ব্ৰজনাথ ৰথে দেশ, জাতি আৰু সাধাৰণ লোকক লৈ তেওঁৰ কবিতাসমূহ ৰচনা কৰিছিল।[1] বিভিন্ন বঁটা লাভ কৰা কৰিগৰাকীৰ মৃত্যু হয় ২০১৪ চনত।[2]

ব্ৰজনাথ ৰথ
ବ୍ରଜନାଥ ରଥ

ব্ৰজনাথ ৰথ, ২০১১ চন
জন্ম ১২ জানুৱাৰী, ১৯৩৬
সুনহাট, বালেশ্বৰ, ওৰিষ্যা
মৃত্যু ৩১ মে', ২০১৪ (৭৮ বছৰ)
সুনহাট, বালেশ্বৰ, ওৰিষ্যা
পেচা কবি, লেখক, প্ৰবন্ধকাৰ, সমাজ সেৱক
ভাষা ওৰিআ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ধৰণ কবিতা, philosophical, ব্যংগ
উল্লেখনীয় কৰ্মৰাজি সামান্য অসামান্য, মনৰ মানচিত্ৰ
উল্লেখযোগ্য বঁটা
দাম্পত্যসংগী পুষ্পলতা দেৱী

স্বাক্ষৰ Brajanath Rath's Signature

সাহিত্য কৃতি সম্পাদনা কৰক

কবিগৰাকীৰ কাব্যসংকলনবোৰৰ ভিতৰত—

  • ‘মৰুগোলাপ’,
  • ‘নিজস্ব সংকল্প’,
  • ‘মনৰ মানচিত্ৰ’,
  • ‘লঘু শতক’,
  • ‘সময়ৰ শব্দলিপি’,
  • ‘একা একা একপদী’ আদি।

ড° বৰ্ণালী ডেকাই ২০২৩ চনত ‘সময়ৰ শব্দলিপি’ নামেৰে অনুবাদ কৰা কবিতা পুথিখনি প্ৰকাশিত হৈছে।

বঁটা সন্মান সম্পাদনা কৰক

  • ওৰিআ সাহিত্য একাডেমী পুৰস্কাৰ,
  • অতিবাদী জগন্নাথ দাস পুৰস্কাৰ,
  • সাহিত্য ভাৰতী সন্মান,
  • কবিশেখৰ চিন্তামণি পুৰস্কাৰ,
  • শুদ্ৰমুনি সাহিত্য পুৰস্কাৰ আদি

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. ডেকা, বৰ্ণালী (মাৰ্চ, ২০২৩). সময়ৰ শব্দলিপি (অসমীয়া অনুবাদ) (প্ৰথম সংস্কৰণ সম্পাদনা). প্ৰকাশক গুৱাহাটী: এন আৰ পাব্লিকেশ্বন. পৃষ্ঠা. বকলা পৃষ্ঠা. ISBN 978-93-95824-04-0. 
  2. "Eminent Odisha poet Brajanath Ratha passes away". OdishaSunTimes.com. http://odishasuntimes.com/58913/eminent-odisha-poet-brajanath-ratha-dies/। আহৰণ কৰা হৈছে: 31 May 2014.