১২ জানুৱাৰী
তাৰিখ
জানুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | ৩১ | ||||
২০২৩ |
১২ জানুৱাৰী (ইংৰাজী: 12 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১২ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৩টা দিন (অধিবৰ্ষত ৩৫৪টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
জন্ম সম্পাদনা কৰক
- ১৫৯৮ - জিজাবাঈ শাহাজী ভোঁচলে, মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক শিৱাজীৰ মাতৃ।
- ১৮৬৩ - স্বামী বিবেকানন্দ, ঊনবিংশ শতাব্দীৰ প্ৰসিদ্ধ হিন্দু ধৰ্মগুৰু ৰামকৃষ্ণ পৰমহংসৰ প্ৰধান শিষ্য আৰু ৰামকৃষ্ণ মিশ্যনৰ প্ৰতিষ্ঠাপক।
- ১৮৬৯ - ভগৱান দাস, ভাৰতীয় স্বাধীনতা সংগ্ৰামী, দাৰ্শনিক আৰু শিক্ষাবিদ, মহাত্মা গান্ধী কাশী বিদ্যাপীঠৰ সহঃপ্ৰতিষ্ঠাপক।
- ১৯৫৮ - অৰুণ গোবিল, ভাৰতীয় অভিনেতা, প্ৰযোজক আৰু ৰাজনীতিবিদ। এখেতে “ৰামায়ণ” ধাৰাবাহিকত শ্ৰীৰামৰ চৰিত্ৰ ৰূপায়ন কৰিছিল।
- ১৯৬৪ - জয় পাণ্ডা, ভাৰতীয় ৰাজনীতিক।
- ১৯৭২ - প্ৰিয়ংকা গান্ধী, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯৭৩ - সাক্ষী তানৱাৰ, ভাৰতীয় অভিনেত্ৰী আৰু টেলিভিছন পৰিৱেশক।
- ১৯৯০ - মনোজ চৰকাৰ, ভাৰতীয় পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ।
- ১৯৯৬ - এলেন দেউৰী, ভাৰতীয় পেছাদাৰী ফুটবল খেলুৱৈ।
- ১৯৯৯ - আৰ্য ৰাজেন্দ্ৰন, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯৯৯ - কৃষ্ণা নাগৰ, ভাৰতৰ ৰাজস্থানৰ পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ।
মৃত্যু সম্পাদনা কৰক
- ১৬৬৫ - পিয়েৰ দি ফাৰ্মা, ফৰাছী অধিবক্তা।
- ১৯৭৬ - আগাথা ক্ৰিষ্টি, প্ৰখ্যাত ইংৰাজী লেখক।
- ২০০২ - জংকী বৰঠাকুৰ, ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী।
- ২০০৪ - অল্গা লেডিজেংস্কায়া, ৰাছিয়ান গণিতজ্ঞ।
- ২০০৫ - অমৰীশ পুৰী, ভাৰতীয় অভিনেতা আৰু থিয়েটাৰ শিল্পী।
দিৱস সম্পাদনা কৰক
- ৰাষ্ট্ৰীয় যুৱ দিৱস, (ভাৰত)।
- স্মৃতি দিৱস (তুৰ্কমেনিস্তান)
বাহ্যিক সংযোগ সম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ১২ জানুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |