বৰপেটা লোকসভা সমষ্টি (ইংৰাজী: Barpeta Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।

বিধানসভাৰ সমষ্টিসমূহ সম্পাদনা কৰক

লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে[1]

সমষ্টিৰ ক্ৰমিক নং সমষ্টিৰ নাম (অনুসূচিত জাতি/অনুসূচিত জনজাতি)ৰ বাবে সংৰক্ষিত জিলা ভোটাৰ (২০১১)[2]
৩২ বঙাইগাঁও বিধানসভা সমষ্টি নহয় বঙাইগাঁও ১৪৪,৪৮৪
৩৪ অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টি নহয় বঙাইগাঁও ১২৫,৩০৪
৩৫ অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টি অনুসূচিত জাতি বঙাইগাঁও ১৪৫,৯২৫
৪২ পাটছাৰকুছি বিধানসভা সমষ্টি নহয় বৰপেটা ১২৪,৯৯৩
৪৩ বৰপেটা বিধানসভা সমষ্টি নহয় বৰপেটা ১৫৪,৩৪৩
৪৪ জনিয়া বিধানসভা সমষ্টি নহয় বৰপেটা ১৩৬,৯৩৯
৪৫ বাঘবাৰ বিধানসভা সমষ্টি নহয় বৰপেটা ১০৮,০৭৬
৪৬ সৰুক্ষেত্ৰী বিধানসভা সমষ্টি নহয় বৰপেটা ১৪৯,৫৪৭
৪৭ চেঙা বিধানসভা সমষ্টি নহয় বৰপেটা ১০৫,৪৮২
৬১ ধৰ্মপুৰ বিধানসভা সমষ্টি নহয় নলবাৰী ১২৭,০০৫

লোকসভাৰ সদস্যসকল সম্পাদনা কৰক

ক্ৰম বৰ্ষ প্ৰাৰ্থী দল
১৯৫১ বেলি ৰাম দাস ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬২ ৰেণুকা দেৱী বৰকটকী ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬৭ ফকৰুদ্দিন আলি আহমেদ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭১ ফকৰুদ্দিন আলি আহমেদ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭৭ ইছমাইল হুচেইন খান ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯১ উদ্ধৱ বৰ্মন কমিউনিষ্ট পাৰ্টী অফ ইণ্ডিয়া
১৯৯৬ উদ্ধৱ বৰ্মন কমিউনিষ্ট পাৰ্টী
১৯৯৮ এ এফ গুলাম ওচমানি ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৯ এ এফ গুলাম ওচমানি ভাৰতীয় জাতীয় কংগ্ৰেছ
১০ ২০০৪ এ এফ গুলাম ওচমানি ভাৰতীয় জাতীয় কংগ্ৰেছ
১১ ২০০৯ ইছমাইল হুচেইন ভাৰতীয় জাতীয় কংগ্ৰেছ
১২ ২০১৪ চিৰাজুদ্দিন আজমল[3] এ আই ইউ ডি এফ
১৩ ২০১৯ আব্দুল খালেক ভাৰতীয় জাতীয় কংগ্ৰেছ

লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক