বৰমা মহাবিদ্যালয়
এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
বৰমা মহাবিদ্যালয়' অসমৰ বাক্সা জিলাৰ বৰমা অঞ্চলৰ অন্যতম পুৰণি উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত।[1][2]
বৰমা মহাবিদ্যালয় | |
---|---|
স্থাপিত | ১৯৭১ চনত |
ধৰণ | উ.মা., স্নাতক, স্নাতকোত্তৰ |
ধৰ্মীয় ভুক্তি | বড়োলেণ্ড বিশ্ববিদ্যালয় |
অধ্যক্ষ | ডাঃ নৰেশ্বৰ নাৰ্জাৰী |
ৱেবছাইট | www.baramacollegebarama.edu.in |
শৈক্ষিক বিষয়
সম্পাদনা কৰকউচ্চতৰ মাধ্যমিক
সম্পাদনা কৰকবিজ্ঞান শাখা, কলা শাখা
বিজ্ঞান শাখাত স্নাতক বিষয়
সম্পাদনা কৰককলা শাখাত স্নাতক বিষয়
সম্পাদনা কৰকস্নাতকোত্তৰ বিষয়(দূৰ শিক্ষা)
সম্পাদনা কৰক- অসমীয়া
- বড়ো
- ইংৰাজী
- ইতিহাস
- অৰ্থনীতি
- দৰ্শন
- গণিত
- বাণিজ্য
স্বীকৃতি
সম্পাদনা কৰক২০১৬ চনত মহাবিদ্যালয়খনক ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদ (NAAC) ৰ দ্বাৰা বি+ গ্ৰেড প্ৰদান কৰা হৈছে।[3] মহাবিদ্যালয়খনক বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰাও স্বীকৃতি দিয়া হৈছে॥[4]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "Affiliated Colleges". Gauhati University. Archived from the original on 6 June 2017. https://web.archive.org/web/20170606080313/http://www.gauhati.ac.in/college-affiliated%20colleges.php। আহৰণ কৰা হৈছে: 18 June 2017.
- ↑ "Provincialised colleges affiliated to Gauhati University". Directorate of Higher Education. Archived from the original on 6 July 2017. https://web.archive.org/web/20170706192913/http://www.dheassam.gov.in/gu-college-list.asp। আহৰণ কৰা হৈছে: 18 June 2017.
- ↑ "CCycle212155" (PDF). National Assessment & Accreditation Council. http://web5.kar.nic.in/naac_ec/ShowPdf.aspx?Field1=College&Field2=Barama+College&Field3=Barama&Field4=AS&Field5=Cycle2&Field6=12155। আহৰণ কৰা হৈছে: 9 July 2017.[সংযোগবিহীন উৎস]
- ↑ "Colleges in Assam". University Grants Commission. Archived from the original on 28 September 2011. https://web.archive.org/web/20110928204615/http://www.ugc.ac.in/inside/browse_reco_colleges.php?st=Assam। আহৰণ কৰা হৈছে: 9 July 2017.