বৰষা ৰাণী বিষয়া

অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰী

বৰষা ৰাণী বিষয়া (ইংৰাজী: Barsha Rani Bishaya) এগৰাকী অসমীয়া চলচ্চিত্ৰ জনপ্ৰিয় অভিনেত্ৰী।[2][3] তেখেতে বৰ্তমানলৈ বহুতো অসমীয়া চলচ্চিত্ৰত অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ বিভিন্ন ভ্ৰাম্যমাণ থিয়েটাৰটো তেখেতে অভিনয় কৰি আহিছে।[4] চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও তেখেতে বিহু নৃত্যটো তেখেতৰ যথেষ্ট সুনাম আছে।[5]

বৰষা ৰাণী বিষয়া

পলে পলে উৰে মন চলচ্চিত্ৰৰ এটি দৃশ্যত বৰষা ৰাণী বিষয়া
জন্ম ২০ ছেপ্টেম্বৰ, ১৯৮৩
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
পেচা অভিনেত্ৰী
উচ্চতা ৫.৪
ধৰ্ম হিন্দু
দাম্পত্যসঙ্গী ভাস্কৰ বৰুৱা (বি. ২০২১)[1]

অভিনয় জীৱন সম্পাদনা কৰক

বৰষা ৰাণী বিষয়াই জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ যৌৱনে আমনি কৰে চলচিত্ৰৰ জৰিয়তে অসমীয়া ছবিজগতত খোজ দিয়ে । এতিয়ালৈ বহুটো ছবিত অভিনয় কৰিছে বৰষা ৰাণী বিষয়াই।।[6] তেওঁ অভিনীত চলচ্চিত্ৰ বসুন্ধৰাই ৫৭-তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাশ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰে। [7]

অভিনীত চলচ্চিত্ৰ সম্পাদনা কৰক

বৰ্ষ চলচ্চিত্ৰ পৰিচালক
১৯৯৮ যৌৱনে আমনি কৰে অশোক কুমাৰ বিষয়া
১৯৯৯ বুকুৰ মাজত জ্বলে অশোক কুমাৰ বিষয়া
২০০০ জোন জ্বলে কপালত মুন্না আহমেদ
২০০১ আই লাভ ইউ অশোক কুমাৰ বিষয়া
২০০২ মিঠা মিঠা লগনত অচ্যুত কুমাৰ ভাগৱতী
সুশান্ত মজিন্দাৰ বৰুৱা
২০০২ মাঘত মামণিৰ বিয়া চন্দ্ৰ মুদৈ
২০০৩ অৰ্পণ কৃষ্ণ ফুকন
২০০৩ জুমন সুমন মহিবুল হক
২০০৩ উজনিৰ দুজনী গাভৰু চন্দ্ৰ মুদৈ
২০০৩ বিধাতা মুনিন বৰুৱা
২০০৫ হিয়াৰ দাপোনত তোমাৰে ছবি শিবানন বৰুৱা
২০০৫ চেনাই মোৰ ঢুলীয়া চন্দ্ৰ মুদৈ
২০০৯ ধুনীয়া তিৰোতাবোৰ প্ৰদ্যুত কুমাৰ ডেকা
২০১০ বসুন্ধৰা[8] হীৰেন বৰা
২০১১ তোমাৰ খবৰ ৰাজীৱ বৰা
২০১১ পলে পলে উৰে মন তিমথী দাস হাঞ্চে
২০১২ মী এণ্ড মাই ছিষ্টাৰ ৰাজেশ ভূঞা
২০১৫ খেল-দ্য গেম অশোক কুমাৰ বিষয়া
২০১৭ তুমি আহিবানে প্ৰেৰণা বৰবৰুৱা
২০১৮ ৰক্তবীজ বিশ্বজিৎ বৰা
২০১৮ তাণ্ডৱ অৱ পাণ্ডৱ প্ৰীয়ম নিৰ্মল
২০১৯ ৰত্নাকৰ যতীন বৰা
২০২১ ফিচা (ৱেব ছিৰিজ) সংকল্পজিৎ হাজৰিকা
২০২২ গুৱাহাটী ডায়েৰিজ প্ৰশান্ত শইকীয়া
২০২২ ৰাজনীতি মঞ্জিত শৰ্মা

চুটি ছবি সম্পাদনা কৰক

বৰ্ষ চলচ্চিত্ৰ চৰিত্ৰ
২০২০ Tell Me It's Grey বৰ্ষা
২০২১ Sorry বৰ্ষা
২০২২ Wrong Number

বঁটা আৰু মনোনয়ন সম্পাদনা কৰক

বৰ্ষ বঁটা চলচ্চিত্ৰ বিভাগ ফলাফল
২০১৩ প্ৰাগ চিনে এৱাৰ্ড Me & My Sister শ্ৰেষ্ঠা মহিলা অভিনেত্ৰী বিজয়ী
২০১৬ Khel-The Game মনোনীত
২০২১[9] ৰত্নাকৰ বিজয়ী

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Guwahati Diary: Popular Assamese actress Barsha Rani Bishaya ties the knot". https://www.newindianexpress.com/thesundaystandard/2021/feb/28/guwahati-diary-popular-assameseactress-barsha-rani-bishaya-ties-the-knot-2269891.html. 
  2. "Barsha Rani Bishaya | 'About Assam' – Get Latest News of Assam, Jobs in Assam, Tourism in Assam". Aboutassam.in. 2013-01-25. Archived from the original on 2014-01-11. https://web.archive.org/web/20140111180507/http://aboutassam.in/tag/barsha-rani-bishaya/। আহৰণ কৰা হৈছে: 2013-01-31. 
  3. rupaliparda.com accessdate: 2013-01-31
  4. "57th National Film Awards". Directorate of Film Festivals. পৃষ্ঠাসমূহ: 112–113. http://dff.nic.in/2011/57thNFA.pdf। আহৰণ কৰা হৈছে: 16 January 2013. 
  5. "janambhumi: Barsha Rani Bishaya's latest Bihu dance video is a heart winner". Archived from the original on 2022-06-23. https://web.archive.org/web/20220623160712/https://janambhumi.in/VG1wUmVrOUVWVFJOUVQwOQ==/Barsha-Rani-Bishayas-latest-Bihu-dance-video-is-a-heart-winner.html. 
  6. "Guwahati Diary: Popular Assamese actress Barsha Rani Bishaya ties the knot". The New Indian Express. https://www.newindianexpress.com/thesundaystandard/2021/feb/28/guwahati-diary-popular-assameseactress-barsha-rani-bishaya-ties-the-knot-2269891.html। আহৰণ কৰা হৈছে: 2022-07-27. 
  7. "57th National Film Awards" (PDF). Directorate of Film Festivals. পৃষ্ঠাসমূহ: 112–113. http://dff.nic.in/2011/57thNFA.pdf। আহৰণ কৰা হৈছে: 16 January 2013. 
  8. http://onlinesivasagar.com/movies/basundhara-the-earth-movie.html
  9. (en ভাষাত) Prag Cine Awards 2021: Top awards to top movies of Northeast, https://www.youtube.com/watch?v=PhcbiSNzyrM, আহৰণ কৰা হৈছে: ০৪ মে',২০২২ 

বাহ্যিক সংযোগ সম্পাদনা কৰক