ভাগৱত গীতা (চলচ্চিত্ৰ)
এই প্ৰবন্ধটো সংস্কৃত ভাষাত নিৰ্মিত চলচ্চিত্ৰখনৰ বিষয়ে। একে নামৰ গ্ৰন্থখনৰ বাবে ভাগৱত গীতা চাওক।
ভাগৱত গীতা (ইংৰাজী: Bhagavad Gita) ১৯৯৩ চনৰ সংস্কৃত ভাষাত নিৰ্মিত এখন ভাৰতীয় নাট্যধৰ্মী চলচ্চিত্ৰ; য’ত কম পৰিমাণে হিন্দী আৰু তেলুগু ভাষাৰ সংলাপ আছে। ছবিখনৰ প্ৰযোজক চুব্বাৰামী ৰেড্ডী আৰু পৰিচালক জি ভি আয়াৰ। মহাকাব্য মহাভাৰতৰ অংশস্বৰূপ ভাগৱত গীতাৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।[1]
ভাগৱত গীতা | |
---|---|
পৰিচালক | জি ভি আয়াৰ |
ৰচনা | বান্নানজে গোৱিন্দাচাৰ্য জি ভি আয়াৰ |
ভিত্তি | ভাগৱত গীতা |
প্ৰযোজক | টি চুব্বাৰামী ৰেড্ডী |
অভিনয়ত | নীনা গুপ্তা গোপী মনোহৰ জি ভি ৰাঘৱেন্দ্ৰ |
চিত্ৰগ্ৰহণকাৰী | মধু অম্বত |
সম্পাদনা | শ্ৰী নঞ্জুন্দস্বামী |
সংগীত পৰিচালক | মংগলমপল্লী বালমুৰলীকৃষ্ণ বি ভি কাৰান্থ (নেপথ্য সংগীত) |
পৰিবেশক | ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম এ.পি. ফিল্ম চেম্বাৰ অফ কমাৰ্চ |
দৈৰ্ঘ্য |
১৪০ মিনিট |
দেশ | ভাৰত |
ভাষাসমূহ | সংস্কৃত তেলুগু হিন্দী |
বঁটা আৰু সন্মান
সম্পাদনা কৰকহায়দৰাবাদৰ অন্ধ্ৰ প্ৰদেশ ফিল্ম চেম্বাৰ অৱ কমাৰ্চ আৰু ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই ছবিখনৰ প্ৰিমিয়াৰ হয়।[2] ১৯৯৩ চনত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ ৪০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[3][4][5]
তথ্য উৎস
সম্পাদনা কৰক- ↑ "Bhagavad Gita summary". sites.google.com. https://sites.google.com/view/bhagavad-gita-summary/। আহৰণ কৰা হৈছে: 2020-08-22.
- ↑ "Directorate of Film Festival". http://iffi.nic.in/Dff2011/FrmIP1993Award.aspx?PdfName=IP1993.pdf। আহৰণ কৰা হৈছে: 22 September 2014.
- ↑ "Bhagvad Gita (film) G V Iyer". IMDb. https://www.imdb.com/event/ev0000467/1993। আহৰণ কৰা হৈছে: 9 March 2012.
- ↑ "40th National Film Awards". India International Film Festival. http://iffi.nic.in/Dff2011/Frm40thNFAAward.aspx। আহৰণ কৰা হৈছে: 2 March 2012.
- ↑ "40th National Film Awards (PDF)". Directorate of Film Festivals. http://dff.nic.in/2011/40th_nff_1993.pdf। আহৰণ কৰা হৈছে: 2 March 2012.
বাহ্যিক সংযোগ
সম্পাদনা কৰক- Bhagavad Gita সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।