ভীম (সংস্কৃত: भीम) মহাভাৰতৰ এটি চৰিত্ৰ। ভীম পাণ্ডু পাঁচজন পুত্ৰৰ ভিতৰত (যাক পাণ্ডৱ বুলি জনা যায়) দ্বিতীয় পুত্ৰ। ভীম এজন বীৰ যোদ্ধা। গদাধৰ হিচাপে তেওঁৰ খ্যাতি আছে।

ভীম

ভীম
তথ্য
পৰিয়াল পাণ্ডু (পিতৃ)
কুন্তী (মাতৃ)
দাম্পত্যসঙ্গী দ্ৰৌপদী, হিড়িম্বী আৰু ভলান্ধৰা
সন্তান ঘটোৎকচ, Sutasoma

পিতৃ-মাতৃ

সম্পাদনা কৰক

পাণ্ডু আৰু কুন্তী ভীমৰ পিতৃ মাতৃ।

ভীম শব্দৰ সংস্কৃত অৰ্থ হৈছে ভয়ংকৰ। তেওঁৰ প্ৰকাণ্ড শৰীৰৰ বাবে তেওঁৰ এই নাম আছিল। তেওঁৰ অন্যান্য নামসমূহ হ’ল- ভীমসেন, বৃকোদৰ, গদাধৰ, জৰাসন্ধজিত, হিৰিম্বাভিদ, কীচকজিত, জিহ্মায়াধীন, বল্লভ।

তথ্যসূত্ৰ

সম্পাদনা কৰক