মনোবিজ্ঞানৰ শাখাসমূহৰ তালিকা
এই অসম্পূৰ্ণ তালিকাত মনোবিজ্ঞানৰ ক্ষেত্ৰখনৰ বহুতো উপ-ক্ষেত্ৰ আছে:
- ভাৰতীয় মনোবিজ্ঞান
- অস্বাভাৱিক মনোবিজ্ঞান
- বিশ্লেষণাত্মক মনোবিজ্ঞান
- পশু মনোবিজ্ঞান
- বিষমতাবাদী মনোবিজ্ঞান
- মাংস খোৱাৰ মনোবিজ্ঞান
- ব্যৱহাৰিক আচৰণ বিশ্লেষণ
- ব্যৱহাৰিক মনোবিজ্ঞান
- এছিয়ান মনোবিজ্ঞান
- আচৰণৰ মনোবিজ্ঞান
- আচৰণৰ জিনীয় বিজ্ঞান
- আচৰণৰ ঔষধ
- জৈৱমনোবিজ্ঞান
- কৃষ্ণাংগ মনোবিজ্ঞান
- জ্ঞানমূলক স্নায়ুমনোবিজ্ঞান
- জ্ঞানমূলক মনোবিজ্ঞান
- সম্প্ৰদায় মনোবিজ্ঞান
- তুলনামূলক মনোবিজ্ঞান
- ক্লিনিকেল আচৰণ বিশ্লেষণ
- ক্লিনিকেল চাইক’লজি
- গ্ৰাহক মনোবিজ্ঞান
- কাউন্সেলিং মনোবিজ্ঞান
- অপৰাধমূলক মনোবিজ্ঞান
- সমালোচনাত্মক মনোবিজ্ঞান
- ক্ৰছ-কলচাৰেল চাইক’লজি
- সাংস্কৃতিক স্নায়ুবিজ্ঞান
- সাংস্কৃতিক মনোবিজ্ঞান
- চাইবাৰমনোবিজ্ঞান
- উন্নয়নমূলক মনোবিজ্ঞান
- ভিন্নতামূলক মনোবিজ্ঞান
- আলোচনামূলক মনোবিজ্ঞান
- পৰিৱেশ মনোবিজ্ঞান
- অৰ্থনৈতিক মনোবিজ্ঞান
- শৈক্ষিক মনোবিজ্ঞান
- অভিযান্ত্ৰিক মনোবিজ্ঞান
- পৰিৱেশ মনোবিজ্ঞান
- বিৱৰ্তনশীল মনোবিজ্ঞান
- আচৰণৰ পৰীক্ষাভিত্তিক বিশ্লেষণ
- পৰীক্ষামূলক মনোবিজ্ঞান
- ফিলিপাইন মনোবিজ্ঞান
- ফৰেনছিক মনোবিজ্ঞান
- স্বাস্থ্য মনোবিজ্ঞান
- মানৱতাবাদী মনোবিজ্ঞান
- কাল্পনিক মনোবিজ্ঞান
- খিলঞ্জীয়া মনোবিজ্ঞান
- ব্যক্তিগত পাৰ্থক্য মনোবিজ্ঞান
- ঔদ্যোগিক আৰু সাংগঠনিক মনোবিজ্ঞান
- আন্তৰ্জাতিক মনোবিজ্ঞান
- অনুসন্ধানমূলক মনোবিজ্ঞান
- আইনী মনোবিজ্ঞান
- গাণিতিক মনোবিজ্ঞান
- মিডিয়া মনোবিজ্ঞান
- চিকিৎসা মনোবিজ্ঞান
- সামৰিক মনোবিজ্ঞান
- নৈতিক মনোবিজ্ঞান
- সংগীত মনোবিজ্ঞান
- স্নায়ুমনোবিজ্ঞান
- বৃত্তিগত স্বাস্থ্য মনোবিজ্ঞান
- পেৰাচাইক'লজি
- শান্তি মনোবিজ্ঞান
- পৰিৱেশন মনোবিজ্ঞান
- ব্যক্তিত্ব মনোবিজ্ঞান
- মনোবিজ্ঞানৰ দৰ্শন
- শাৰীৰিক মনোবিজ্ঞান
- আৰক্ষীৰ মনোবিজ্ঞান
- ৰাজনৈতিক মনোবিজ্ঞান
- ইতিবাচক মনোবিজ্ঞান
- প্ৰি-আৰু পেৰিনেটেল চাইক’লজি
- সমস্যা সমাধান কৰা
- মনোবিশ্লেষণ
- মনোইতিহাস
- মনোভাষাবিজ্ঞান
- মনোবিজ্ঞান আৰু আইন
- শিল্পৰ মনোবিজ্ঞান
- ধৰ্মৰ মনোবিজ্ঞান
- চাইকোমেট্ৰিক্স
- মনোবিজ্ঞান
- চাইকো-অংক’লজী
- মনোৰোগ বিজ্ঞান
- চাইকোফাৰ্মাক'লজী
- মনোপদাৰ্থ বিজ্ঞান
- মনোশৰীৰবিজ্ঞান
- মনোচিকিৎসা
- পৰিমাণগত মনোবিজ্ঞান
- সামাজিক মনোবিজ্ঞান
- ক্ৰীড়া মনোবিজ্ঞান
- ব্যৱস্থা মনোবিজ্ঞান
- তাত্ত্বিক মনোবিজ্ঞান
- যান-জঁট মনোবিজ্ঞান
- ট্ৰেন্সপাৰ্চনেল চাইক’লজি