মন্মথ বৈশ্য অসমৰ এগৰাকী গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, শিক্ষাবিদ। অসমীয়া লোকসংগীতৰ জগতখনলৈ, বিশেষকৈ কামৰূপী লোকগীতৰ উন্নতিৰ হকে তেওঁ অহোপুৰুষাৰ্থ কৰিছিল।

মন্মথ বৈশ্য
জন্ম ২০ অক্টোবৰ, ১৯৪৭ (৭৬ বছৰ)
বৰপেটা, অসম, ভাৰত
মৃত্যু ২৪ আগষ্ট, ২০২০
পেচা গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, শিক্ষাবিদ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব  ভাৰত
উল্লেখনীয় কৰ্মৰাজি কামৰূপী লোকগীতৰ প্ৰসাৰ আৰু প্ৰচাৰ