২০ অক্টোবৰ
তাৰিখ
অক্টোবৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ||
৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
২৭ | ২৮ | ২৯ | ৩০ | ৩১ | ||
২০২৪ |
২০ অক্টোবৰ (ইংৰাজী: 20 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৯৩তম (অধিবৰ্ষত ২৯৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৭২টা দিন বাকী থাকে।
ঘটনাৱলী
সম্পাদনা কৰকজন্ম
সম্পাদনা কৰক- ১৯৩০ - লীলা শেঠ, ভাৰতীয় ন্যায়াধীশ।
- ১৯৫৭ - কুমাৰ চানু, ভাৰতীয় নেপথ্য গায়ক।
- ১৯৬৪ - কমলা দেৱী হেৰিছ, আমেৰিকাৰ ৰাজনীতিবিদ আৰু অধিবক্তা।
- ১৯৬৭ - মনিকা আলী, বাংলাদেশী বংশোদ্ভূত ব্ৰিটিছ লেখক তথা ঔপন্যাসিক।
- ১৯৭৮ - বীৰেন্দ্ৰ সেহৱাগ, ভাৰতীয় ক্ৰিকেটাৰ।
- ১৯৯৯ - অপৰ্ণা দীক্ষিত, ভাৰতীয় টেলিভিচন অভিনেত্ৰী।
মৃত্যু
সম্পাদনা কৰক- ১৯৫২ - সোণাৰাম পাঞাং কটকী, মিচিং জনগোষ্ঠীৰ বুৰঞ্জী প্ৰণেতা, সাহিত্যিক, সমাজ কৰ্মী, শিক্ষানুৰাগী ব্যক্তি।
- ১৯৮৪ - পল এদ্ৰিয়েন মৰিছ ডিৰাক ইংৰাজ তাত্ত্বিক পদাৰ্থবিজ্ঞানী।
- ২০১০ - ফাৰুক গিলানী, পাকিস্তানৰ অষ্টম ৰাষ্ট্ৰপতি।
- ২০১১ - মোৱাম্মাৰ গাড্ডাফি, লিবিয়াৰ নেতা।
- ২০১৬ - জুংক' টাবেই, জাপানীজ পৰ্বতাৰোহী।
দিৱস
সম্পাদনা কৰকবাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ২০ অক্টোবৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |