১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০ ৩১  

২০ অক্টোবৰ (ইংৰাজী: 20 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৯৩তম (অধিবৰ্ষত ২৯৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৭২টা দিন বাকী থাকে।

ঘটনাৱলী সম্পাদনা কৰক

  • ১৫৬৮ - মোগল সম্ৰাট আকবৰৰ চিতোৰ গড় আক্ৰমণ।
  • ১৭৭৪ - কলিকতাক ভাৰতৰ ৰাজধানী ঘোষণা কৰা হৈছিল।
  • ১৯০৪ - চিলী আৰু বলভিয়াই শান্তি আৰু বন্ধুত্বৰ চুক্তিত সাক্ষৰ কৰিছিল।
  • ১৯৬২ - চীনে ভাৰত আক্ৰমণ কৰিছিল।

জন্ম সম্পাদনা কৰক

মৃত্যু সম্পাদনা কৰক

দিৱস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক