মহাত্মা গান্ধী (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। মহাত্মা গান্ধী শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে:
- মহাত্মা গান্ধী, (২ অক্টোবৰ, ১৮৬৯ – ৩০ জানুৱাৰী, ১৯৪৮) ব্ৰিটিছ ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা এজন মুখ্য পথপ্ৰদৰ্শক নেতা আছিল। অহিংস নীতিৰে পৰিচালিত সত্যাগ্ৰহৰ পথ প্ৰদৰ্শক গান্ধীৰ নেতৃত্বত পৰিচালিত হৈ ভাৰতে স্বাধীনতা লাভ কৰে।
- মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইন, ২০০৫
- মহাত্মা গান্ধীৰ অনুশীলন আৰু বিশ্বাস
- মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি, ভাৰতীয় সংসদ ভৱন
- মহাত্মা গান্ধীৰ হত্যাকাণ্ড: ১৯৪৮ চনৰ ৩০ জানুৱাৰীত নতুন দিল্লীৰ বিড়লা হাউছৰ প্ৰাংগনত (এতিয়া গান্ধী স্মৃতি) হত্যা কৰা হৈছিল। তেওঁৰ হত্যাকাৰী আছিল নাথুৰাম গডছে। নাথুৰাম গডছে হিন্দু ৰাষ্ট্ৰীয়তাবাদৰ অধিবক্তা, হিন্দু মহাসভাৰ সদস্য, আৰু হিন্দু ৰাষ্ট্ৰীয়তাবাদী অৰ্ধ-স্বেচ্ছাসেৱী সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) এজন পূৰ্বসদস্য আছিল।
- মহাত্মা গান্ধীয়ে কৰা অনশনৰ তালিকা
- মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি, গান্ধী ময়দান, পাটনাৰ গান্ধী ময়দানত থকা ভাৰতৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ ৰাজহুৱা স্মৃতিসৌধ। এই প্ৰতিমূৰ্তিটো হৈছে বিশ্বৰ সৰ্বোচ্চ ব্ৰঞ্জেৰে তৈয়াৰী এটা মূৰ্তি। ২০১৩ চনৰ ১৫ ফেব্ৰুৱাৰীত বিহাৰৰ তদানীন্তন মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ইয়াক উন্মোচন কৰিছিল।
- মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি (হিউষ্টন)
- মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি (ছান ফ্ৰান্সিস্কো)
- মহাত্মা গান্ধী স্মৃতি কেন্দ্ৰ, মাটালে