মাহ
মাহ হ’ল সময় গণনা কৰাৰ এটা একক, যি পঞ্জিকাত ব্যৱহাৰ কৰা হয়। সাধাৰণতে চন্দ্ৰৰ এটা পূৰ্ণ পৰিক্ৰমন কালৰ সৈতে ইয়াৰ সম্পৰ্ক আছে।

জুলিয়ান আৰু গ্ৰেগৰিয়ান বৰ্ষপঞ্জি সম্পাদনা কৰক
# | বৰ্ণানুক্ৰম | দিন |
---|---|---|
১ | জানুৱাৰী | ৩১ দিন |
২ | ফেব্ৰুৱাৰী | ২৮ দিন, ২৯ দিন লিপ ইয়েৰ |
৩ | মাৰ্চ | ৩১ দিন |
৪ | এপ্ৰিল | ৩০ দিন |
৫ | মে | ৩১ দিন |
৬ | জুন | ৩০ দিন |
৭ | জুলাই | ৩১ দিন |
৮ | আগষ্ট | ৩১ দিন |
৯ | ছেপ্টেম্বৰ | ৩০ দিন |
১০ | অক্টোবৰ | ৩১ দিন |
১১ | নৱেম্বৰ | ৩০ দিন |
১২ | ডিছেম্বৰ | ৩১ দিন |
অসমীয়া বৰ্ষপঞ্জি সম্পাদনা কৰক
অসমীয়া বৰ্ষপঞ্জিৰ বৰ্তমান মাহতো:
March | মাঘ | April | ||||
দে | সো | ম | বু | বৃ | শু | শ |
০১ 15 |
০২ 16 |
০৩ 17 |
০৪ 18 |
০৫ 19 |
০৬ 20 |
০৭ 21 |
০৮ 22 |
০৯ 23 |
১০ 24 |
১১ 25 |
১২ 26 |
১৩ 27 |
১৪ 28 |
১৫ 29 |
১৬ 30 |
১৭ 31 |
১৮ 01 |
১৯ 02 |
২০ 03 |
২১ 04 |
২২ 05 |
২৩ 06 |
২৪ 07 |
২৫ 08 |
২৬ 09 |
২৭ 10 |
২৮ 11 |
২৯ 12 |
৩০ 13 |
|||||
১৪২৬ ভাস্কৰাব্দ |
অসমীয়া বৰ্ষপঞ্জিৰ বিভিন্ন মাহৰ নামবোৰ একাদিক্ৰমে লিখা হ’ল:
# | বৰ্ণানুক্ৰম | |
---|---|---|
১ | ব'হাগ | |
২ | জেঠ | |
৩ | আহাৰ | |
৪ | শাওণ | |
৫ | ভাদ | |
৬ | আহিন | |
৭ | কাতি | |
৮ | আঘোণ | |
৯ | পুহ | |
১০ | মাঘ | |
১১ | ফাগুন | |
১২ | চ’ত |
বাংলা/হিন্দু বৰ্ষপঞ্জি সম্পাদনা কৰক
বাংলা বৰ্ষপঞ্জিৰ বিভিন্ন মাহৰ নামবোৰ একাদিক্ৰমে লিখা হ’ল:
# | বৰ্ণানুক্ৰম | দিন | |
---|---|---|---|
১ | বৈশাখ | ৩০ দিন | |
২ | জ্যৈষ্ঠ | ৩১ দিন | |
৩ | আষাঢ় | ৩১ দিন | |
৪ | শ্ৰাবণ | ৩১ দিন | |
৫ | ভাদ্ৰ | ৩১ দিন | |
৬ | আশ্বিন | ৩০ দিন | |
৭ | কাৰ্তিক | ২৯ দিন | |
৮ | অগ্ৰহায়ণ | ২৯ দিন | |
৯ | পৌষ | ২৯ দিন | |
১০ | মাঘ | ২৯ দিন | |
১১ | ফাল্গুন | ২৯ দিন | |
১২ | চৈত্ৰ | ৩০ দিন |
ইছলামিক বৰ্ষপঞ্জি সম্পাদনা কৰক
ইছলামিক বৰ্ষপঞ্জিৰ বিভিন্ন মাহৰ নামবোৰ একাদিক্ৰমে লিখা হ’ল:
# | বৰ্ণানুক্ৰম | দিন | আৰবী |
---|---|---|---|
১ | মুহৰম | ৩০ দিন | محرّم |
২ | সফৰ | ২৯ দিন | صفر |
৩ | ৰবিউল আউয়াল | ৩০ দিন | ربيع الأول |
৪ | ৰবিউস সানি | ২৯ দিন | ربيع الآخر أو ربيع الثاني |
৫ | জমাদিউল আউয়াল | ৩০ দিন | جمادى الأول |
৬ | জমাদিউস সানি | ২৯ দিন | جمادى الآخر أو جمادى الثاني |
৭ | ৰজব | ৩০ দিন | رجب |
৮ | শা'বান | ২৯ দিন | شعبان |
৯ | ৰমজান | ৩০ দিন | رمضان |
১০ | শাওয়াল | ২৯ দিন | شوّال |
১১ | জ্বিলকদ | ৩০ দিন | ذو القعدة |
১২ | জ্বিলহজ্জ | ২৯ দিন অথবা ৩০ দিন | ذو الحجة |
তামিলসকলৰ মাহবোৰ সম্পাদনা কৰক
তামিল বৰ্ষপঞ্জিৰ বিভিন্ন মাহৰ নামবোৰ একাদিক্ৰমে লিখা হ’ল:
# | বৰ্ণানুক্ৰম | |
---|---|---|
১ | চিতিৰাই | |
২ | ভাইকাচি | |
৩ | আনি় | |
৪ | আদি | |
৫ | আভানি | |
৬ | পুৰৰাথিচি | |
৭ | আইয়পাচি | |
৮ | কাৰথিগাই | |
৯ | মাৰগাযহি | |
১০ | থাই | |
১১ | মাচি | |
১২ | পাঙ্গুনি |
সিংহলি বৰ্ষপঞ্জি সম্পাদনা কৰক
সিংহলি বৰ্ষপঞ্জিৰ শ্ৰীলঙ্কাত প্ৰচলিত। সিংহলি বৰ্ষপঞ্জিৰ বিভিন্ন মাহৰ নামবোৰ একাদিক্ৰমে লিখা হ’ল:
# | বৰ্ণানুক্ৰম | |
---|---|---|
১ | ভেসাক | |
২ | পসন | |
৩ | এসাল | |
৪ | নিকিন | |
৫ | বিনাৰ | |
৬ | ভাপ | |
৭ | ইল | |
৮ | অন্দুভাপ | |
৯ | দুৰুথ | |
১০ | নাভাম | |
১১ | মেদিন | |
১২ | বাক |